কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিশপুৰdis.purAbstract Noun
অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখন চহৰ৷ ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে৷ অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত৷
This is the name of a place inside Guwahati city which is the capital of the state of Assam
- দিশভ্রষ্টdixbhrostoProper Adj.
স্বাভাৱিক বা গ্ৰাহ্য পথৰ পৰা বিচলিত৷
deviated from what is normal or accepted.
- দিশভ্রষ্ট হ্dixbhrosto hoVerb-Intran.
ভুল পথে যা বা শুদ্ধ পথৰ পৰা বিচলিত হ
to take the wrong way or deviate from the right way
- দিশহাৰাdi.xo.ha.raProper Adj.
কোনো কাম কৰোঁতে দিশ বা লক্ষ্য বিছাৰি নোপোৱা
unable to find direction or goal while doing something
- দিশাdiśāAdjective
শৰীৰৰ পীড়া জন্মাবলৈ কৰা কুমন্ত্ৰ
an incantation supposed to cause physical pain
- দিশা মাৰ্
কু মন্ত্ৰেৰে পীড়া জন্মা
to injure by incantation
- দিশা-দিশিdiśā-diśiAdverb
দিহা-দিহি।
- দিশেdiśeAdverb
পোনে; ফালে
in the direction of; towards
- দিষ্টdis.toAbstract Noun
মানুহৰ জীৱনত ভাল-বেয়া নিৰূপণ কৰা এক বল বা শক্তি
the force that seems to operate for good or ill in life of a person
- দিস্তাdistā
তাও কাকত
a quire, as of paper
- দিহdiha
প্ৰণালী; বি. কোনো কাৰ্য্য কৰিবৰ উপায়; সুচল
means
- দিহ-পাতিNoun
শাক-পাচলি; বিবিধ আঞ্জা।
- দিহ-মোহdiha-mohaNoun
দিশ-বিদিশ জ্ঞানশূন্য হোবা; বাট হেৰুওবা
loss of way
- দিহদাৰdihadāraNoun
কামৰ দিহা দিওঁতা; আনে কৰা কামৰ ভাল-বেয়া চাওঁতা
a supervisor; a seer
- দিহাdihāNoun
কোনো কাৰ্য্য সাধিবৰ উপায়
means
- দিহা দেdi.ha deVerb-Trans.
কোনো পৰিস্থিতিৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰা৷
to offer opinion about what should be done in a given situation
- দিহা-দিহিdihā-dihiAdverb
নানা দিশলৈ; নানা ঠাইলৈ; সকলো ফাললৈ
in different directions or places
- দিহা-নাম
যেই-সেই ঘোষাৰে যেই-সেই পদৰ লগত কিছু অধিক সময়লৈকে গোবা নাম।
- দিহা-পোহাdihā-pohāNoun
কোনো কামৰ নিমিত্তে দিহা, বুদ্ধি আৰু উপায়।
- দিহা-পৰামৰ্শdi.ha-po.ra.mor.xoAbstract Noun
কোনো পৰিস্থিতি বা সমস্যাৰ পৰিপ্ৰেক্ষিতত কি কৰিব পাৰি বা কৰা উচিত সেই সম্পৰ্কে মতামত।
opinion about what could or should be done about a situation or problem.