← ফুৰি যাওক

দিহা

dihā

অৰ্থ

1.

কোনো কাৰ্য্য সাধিবৰ উপায়

means

বি.

2.

কোনো কাম কৰিবলৈ দিয়া বুদ্ধি; পৰামৰ্শ বা শিকনি

guidance; direction; instruction

বি.

3.

কোনো কাম কৰিবৰ নিমিত্তে আবশ্যকীয় বুজ বা জ্ঞান

skill; knowledge

বি.

4.

আপদ বা কষ্ট গুচাৰৰ উপায়; প্ৰতিবিধান

the act of remedying an evil

বি.

5.

নাম বা গীতৰ ঘোষা

the burden of a song

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ