কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খেচমতkhes.motAbstract Noun
বাণিজ্য, জীৱিকা বা বৃত্তি ৰূপে পাৰিশ্ৰমিকৰ বিনিময়ত কৰা নিয়মীয়া কৰ্ম
regular activity performed in exchange for payment, especially as trade, occupation, or profession
- খেচা-খোবাkhecā-khobāAdjective
বেয়া বা টান মাত খোবা; তিৰস্কাৰ বা অপমান পোবা
taunted; reproached
- খেচালkhecālaTransitive verb
ঘনে ঘনে বিৰক্তি লগা কথা ক; ঘনে ঘনে ধাৰ সাধি বা বস্ত্ত খুজি আমনি কৰ্
to vex by harsh words or by importune
- খেচালনিkhe.sa.lo.niVerbal Noun
বাৰে-বাৰে কটু কথা কৈ আমনি লগোৱা কাৰ্য্য
the act of making annoyed by repeatedly speaking harsh words
- খেচাৰতkhecārataNoun
ক্ষতিপূৰণ
compensation
- খেচাৰীkhecārī
কলামাহ।
- খেচেং-মেচেংAbstract Noun
কোনো শৃংখলা নথকা; খেলি-মেলিকৈ থকা অৱস্থা।
lack of discipline or order.
- খেচেংমাহkhecemmāhaNoun
কটাৰী-ডবুবা মাহ; পকিলে গুটি ৰঙা হোবা এবিধ মাহ
a kind of pulse
- খেচেৰাkhecerāAdjective
বিজতৰীয়া; বেয়া স্বভাবৰ; অভদ্ৰ
of bad conduct; unmannerly
- খেচেৰাই, খেচেৰ কৰে, খেচ কৰেkhecerāi, khecera, kare, kheca, kareAdverb
"খচৰ" আৰু "খচৰাই" শব্দ চোবাঁ।
- খেচেৰী-কাঁইটkhecerī-kām̐iṭaNoun
ছিৰলি ছিৰলি পাতেৰে এবিধ বনৰীয়া ডাঙৰ লতা
a kind of wild thorny creeper
- খেচ্khecNoun
চোকা অস্ত্ৰেৰে কোমল গছ আদি কাটিলে উঠাৰ নিচিনা শব্দ; চোকা কৰ্কশ মাত
an imitative word used to express the sound produced in cutting a soft thing with a sharp instrument; sharp and rash speech or word
- খেচ্-খেচাkhes-khe.saVerb-Trans.
To assail or speak with contemptuous or opprobrious language
- খেচ্খেচনিNoun
খেচ্খেচ্ কৰা কাৰ্য্য।
- খেচ্খেচাIntransitive verb
খেচ্খেচ্ কৰ্; কৰ্কশ মাতেৰে বস্ত্ত খুজি বা ধাৰ সাধি আমনি কৰ্
to dun; importune
- খেচ্খেচীয়াAdjective
কৰ্কশ
harsh; vexing
- খেচ্খেচনিkhes.khe.so.niAbstract Noun
গৰিহণা বা লাঞ্ছনা দিয়া ভাষাৰে কোৱা আক্ৰমণাত্মক কথা।
assailment with contemptuous or opprobrious language.
- খেচৰkhecaraNoun
চৰাই; পখী
a bird
- খেছাৰতkhechārataNoun
ক্ষতিপূৰণ
compensation
- খেজালkhejālaTransitive verb
প্ৰশংসা কৰা কথাৰে নিন্দা কৰ্; ভাল কথা ক'বৰ ছলেৰে তিৰস্কাৰ কৰ্; গুণ গোবাৰ ছলেৰে ইতিকিং কৰ্
to joke sarcastically; to rebuke by way of praising