খেচেৰা
khecerā
অৰ্থ
1.
বিজতৰীয়া; বেয়া স্বভাবৰ; অভদ্ৰ
of bad conduct; unmannerly
বিণ.
2.
পোনে-পোনে হোবা ডেকা; নতুন যৌবন পোবা; (চলিত নহয়)।
youthful
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
khecerā
বিজতৰীয়া; বেয়া স্বভাবৰ; অভদ্ৰ
of bad conduct; unmannerly
বিণ.
পোনে-পোনে হোবা ডেকা; নতুন যৌবন পোবা; (চলিত নহয়)।
youthful
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ