কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপদ্ৰবupadrabaNoun
অত্যাচাৰ; অনিষ্ট; ক্ষতি
tyranny; oppression; injury
- উপদ্ৰবকাৰীAdjective
অনিষ্ট বা অত্যাচাৰকাৰী; উপদ্ৰব কৰোঁতা
an oppressor
- উপদ্ৰবীAdjective
উপদ্ৰবকাৰী; অনিষ্টকাৰী।
- উপদ্ৰুতu.po.dru.toProper Adj.
শাৰীৰিক আৰু মানসিক ভাৱে কষ্ট পোৱা ৷
burdened psychologically or mentally.
- উপদ্ৰৱu.po.drobAbstract Noun
যেতিয়া মানুহক অন্যায় আৰু নিষ্ঠুৰভাৱে শাসন কৰা হয়, সুযোগ আৰু স্বাধীনতাৰ পৰা বঞ্চিত কৰা হয় আৰু অন্যায্য নীতি-নিয়ম মানিবলৈ বাধ্য কৰা হয় ৷
when people are governed in an unfair and cruel way, prevented from having opportunities and freedom and subjected to unfair rules.
- উপদ্ৰৱ্কাৰীu.po.drob.ka.riCommon Noun
দুষ্ট ব্যৱহাৰকাৰী, অন্যায় আচৰণ কৰোঁতা ।
one who treat in a very harsh and unfair way.
- উপধাupadhāNoun
(ব্যাকৰণ) শেষ বৰ্ণৰ আগৰ আখৰটো
penultimate letter
- উপধাতুupadhātuNoun
কাঁহ, পিতল, সেন্দূৰ আদি নিকৱষ্ট ধাতু
a semi-metal
- উপধায়কu.po.dha.yokCommon Noun
যি পুৰুষৰ নিজা সন্তান আছে ।
A man who begets or raises or nurtures a child
- উপধায়ীu.po.dha.yiCommon Noun
যি পুৰুষৰ নিজা সন্তান আছে ।
A man who begets or raises or nurtures a child
- উপধিAbstract Noun
মুখত এটা পেটত আন ভাৱ, মনত লুকাই ৰখা খং বা শত্রুতা
disguise under a feigned appearance, a deception deliberately practiced in order to secure unfair or unlawful gain
- উপধিকCommon Noun
যি ব্যক্তিয়ে প্ৰবঞ্চনা কৰে বা মিছা ভাও দি আনক ঠগে|
a person who makes deceitful pretences.
- উপধ্বনিAbstract Noun
উচ্চাৰণৰ সামান্য পাৰ্থক্য থকা ধ্বন্যাংশ
A sound that is slightly different from another sound, although both sounds belong to the same PHONEME and the difference does not affect meaning.
- উপধৰ্ম্মupadharmmaNoun
মূল ধৰ্ম্মৰ নামে হোবা দূষিত ধৰ্ম্ম
a debased religion
- উপনগৰupanagaraNoun
ডাঙৰ নগৰৰ ওচৰত থকা সৰু নগৰ
a suburb
- উপনগৰীয়Proper Adj.
কোনো মহানগৰৰ কাষৰীয়া অঞ্চলৰ লগত সম্বন্ধ থকা
pertaining to sub-urban areas.
- উপনদu.po.nodMaterial Noun
এনে এখন নদী যি অন্য এখন আপেক্ষিকভাৱে ডাঙৰ নদীত গৈ পৰেগৈ
A stream that flows into a larger stream or other body of water.
- উপনদীupanadīNoun
পৰ্ব্বতৰপৰা ওলাই সাগৰত নপৰি আন এখন নদীত পৰা নৈ
a tributary
- উপনামupanāmaNoun
ঘাই নামৰ বাহিৰে উপৰুবা নাম; উপ্লুঙা নাম
a nick-name; pet-name
- উপনাম দেu.po.nam deVerb-Trans.
কাৰোবাক পোছাকী নামৰ উপৰিও আন নাম দিয়া, সাধাৰণতে এনেই মাতিবলৈ বা জোকাবৰ কাৰণে৷
to give somebody a nickname.