← ফুৰি যাওক

উপধাতু

upadhātu

অৰ্থ

1.

কাঁহ, পিতল, সেন্দূৰ আদি নিকৱষ্ট ধাতু

a semi-metal

বি.

2.

দেহৰ মূল ধাতুৰপৰা হোবা ধাতু; যেনে-পিয়াহ (ৰসৰপৰা), ঘাম (মেদৰপৰা)

a secondary secretion of the body, as milk, sweat etc.

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ