কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নিঃসঙ্কোচেnih.xong.ko`.seVerbal Adj.
কোনো সঙ্কোচ বা দ্বিধা নোহোৱাকৈ
without any hesitation
- নিঃসঙ্গniḥsaṅgaAdjective
সঙ্গহীন; অকলশৰীয়া।
- নিঃসঙ্গতাnih.xong.go.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- নিঃসঙ্গতাপ্ৰিয়ni.xong.go.ta.pri.yoProper Adj.
shut off or apart from the world; living in seclusion, often for religious reasons
- নিঃসঙ্গিতাnih.xong.gi.taAbstract Noun
অকলশৰীয়া অৱস্থা।
state of being lonely.
- নিঃসজ্ঞniḥsajñaAdjective
সংজ্ঞাহীন; অচেতন।
- নিঃসত্ত্বniḥsattbaAdjective
অসাৰ, প্ৰাণহীন।
- নিঃসন্ততিniḥsantatiAdjective
সন্তান নথকা; নিৰ্ব্বংশ।
- নিঃসন্তানniḥsantānaAdjective
সন্তান নথকা; নিৰ্ব্বংশ।
- নিঃসন্দেহniḥsandehaAdjective
সংশয়হীন; নিশ্চিত।
- নিঃসন্দেহেnih.xon.de.heAdverb
হোৱা বা কৰাৰ বাবে পূৰ্বে নিৰ্দ্ধাৰণ বা সিদ্ধান্ত কৰা কোনো কথা।
sth determined, specified or decided earlier to happen/do.
- নিঃসম্পাতnih.xom.patAbstract Noun
বেলি মাৰ যোৱাৰ পৰা উদয় হোৱালৈকে আন্ধাৰ সময়ছোৱা
the period of darkness between sunset and sunrise
- নিঃসম্পৰ্কniḥsamparkaAdjective
সম্পৰ্কহীন; আত্মীয়তাশূন্য।
- নিঃসম্বলniḥsambalaAdjective
নিঃস্ব; একো-নোহোবা।
- নিঃসহায়niḥsahāẏaAdjective
সহায়হীন; অসহায়।
- নিঃসাৰণniḥsāraṇaNoun
বহিষ্কৰণ বিণ. খেদাই দিয়া; দূৰ কৰা
expelled
- নিঃসাৰিতniḥsāritaNoun
বহিষ্কৰণ বিণ. খেদাই দিয়া; দূৰ কৰা
expelled
- নিঃসীমnih.ximProper Adj.
যাৰ পৰিধিৰ কোনো সীমা নাই
Something that does not have any limit in range or scope.
- নিঃসৃতnih.xri.toAdjective Adj.
যিটো বাহিৰ হৈছে তেনে পনীয়া বস্তু ৷
Some liquid that has been released slowly.
- নিঃস্পৱহniḥspawahaAdjective
বাসনাশূন্য।