← ফুৰি যাওকনিঃসাৰিতniḥsāritaঅৰ্থ1.বহিষ্কৰণ বিণ. খেদাই দিয়া; দূৰ কৰাexpelledবি.সমাৰ্থক শব্দনিঃসাৰণ · niḥsāraṇa2.চেপি উলিওবাpressed out by squeezingবি.সমাৰ্থক শব্দনিঃসাৰণ · niḥsāraṇaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ