কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চাত ্লিcāta
্li/hw> বি. বাঁহৰ গোজৰ আকৱতিৰ কঁহাৰৰ লোৰ সঁজুলি
an implement of a bell-metal worker
- চাতকcātakaNoun
এবিধ উকহ জাতিৰ চৰাই [তাক পানী-পিয়া চৰায়ো বোলে।]
a kind of bird
- চাতুৰীcāturīNoun
নিপুণতা; চালাক হোবা গুণ
cunning; craftiness
- চাতুৰ্মাস্যcāturmāsyaNoun
আহাৰৰ শুক্লা দ্বাদশী বা পূৰ্ণিমাৰপৰা আৰম্ভ কৰি কাতি মাহৰ শুক্লা দ্বাদশী বা পূৰ্ণিমাত শেষ কৰি কৰা ব্ৰত; যেনে -"চাতুৰ্ম্মাস্য কৰো বুলি মৎস্য মাংস খাই" (মিশ্ৰ-গীতা)
a vow of austerity lasting for four months
- চাতুৰ্ম্মাস্যcāturmmāsyaNoun
আহাৰৰ শুক্লা দ্বাদশী বা পূৰ্ণিমাৰপৰা আৰম্ভ কৰি কাতি মাহৰ শুক্লা দ্বাদশী বা পূৰ্ণিমাত শেষ কৰি কৰা ব্ৰত; যেনে -"চাতুৰ্ম্মাস্য কৰো বুলি মৎস্য মাংস খাই" (মিশ্ৰ-গীতা)
a vow of austerity lasting for four months
- চাতুৰ্য্যsa.tur.jyoAbstract Noun
চতুৰৰ গুণ
the quality of being crafty.
- চাতুৰ্ষcāturṣaNoun
নিপুণতা; দুষ্টালি।
- চাতুৰ্ষ্যcāturṣyaNoun
নিপুণতা; দুষ্টালি।
- চাদsadMaterial Noun
ঘৰৰ ওপৰৰ পকা আচ্ছাদন।
a concerete slab as the roof of a building.
- চাদজাsad.jaAbstract Noun
ভাৰতীয় (শাস্ত্ৰীয়)সংগীতৰ সুৰ-সপ্তকৰ (মূল সাতটা স্বৰ)প্ৰথমটো৷ সপ্ত-সুৰঃ চা, ৰে, গা, মা, পা, ধা, নি
the first of the seven primary sounds of Indian (classical) music.
- চাদাcādāAdjective
উকা; ফুল নবছা
plain; unadorned
- চাদা ধঁপাত, ছাদা ধঁপাতNoun
নমৰা, নুখুন্দা ধঁপাতৰ শুকান পাত
imported dry tobacco leaf
- চাদৰcādaraNoun
গাত মেৰাই লোবা এতৰপীয়া কাপোৰ; চেলেং
a sheet
- চাধাsa.dhaCommon Noun
ধুম্ৰপান কৰিবলৈ বা চোবাই খাবলৈ ব্যৱহাৰ কৰা এবিধ উদ্ভিদ৷ ইয়াৰ উগ্ৰ গোন্ধ আৰু নিচা থাকে৷
An American plant of the Nightshade family, much used for smoking and chewing, and as snuff. As a medicine, it is narcotic, emetic, and cathartic. Tobacco has a strong, peculiar smell, and an acrid taste.
- চানcānaNoun
বাটি; ৰাজহাড়ৰ দুই দাঁতিত থকা দীঘলীয়া মঙহ
the long strip of thick flesh on either side of the spine
- চান কাঢ়্cāna, kāṛh
কোনো বস্ত্তৰ অলপমান চুৰ কৰ্; যেনে-"এপোবা চেনিৰে সি চান কাঢ়ে"
to steal a small portion of anything
- চান-শাকcāna-śākaNoun
গুবামৰিৰ নিচিনা এবিধ খেতিত হোবা গোন্ধোবা শাক
the kennel; Foeniculum Vulgare
- চানক্যনীতিsa.no.kyo.ni.tiAbstract Noun
এখন দেশে আন এখন দেশৰ সৈতে শান্তিপূৰ্ণভাৱে সম্পৰ্ক স্থাপন কৰা প্ৰক্ৰিয়া৷
the conduct of the relations of one state with another by peaceful means.
- চানমাৰিcānamāriNoun
এটা নিচান পুতি লক্ষ্য কৰি গুলী মাৰি হাত পোন কৰা ঠাই
a rifle range
- চানাsa.naCommon Noun
কম বয়সীয়া মানুহ বা কোনো জন্তু
A very young person or animal.