← ফুৰি যাওক

চানা

sa.na

অৰ্থ

1.

কম বয়সীয়া মানুহ বা কোনো জন্তু

A very young person or animal.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

2.

ফেবেচি গোত্ৰৰ অন্তৰ্গত এবিধ মাহজাতীয় শস্য আৰু তাৰ গুটি।

whole seeds of an edible legume of the family Fabaceae, subfamily Faboideae.

জাতিবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চানা · অসমীয়া অভিধান