কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উপচক্ষুu.po.so.khyuMaterial Noun
দৃষ্টি শক্তি দুৰ্বল হ’লে দেখাত সহায়ৰ বাবে পিন্ধা এযোৰ আকাৰ-বৰ্দ্ধক আইনা
A pair of magnifying glasses used as viewing aid
- উপচক্ৰupacakraNoun
আকস্মিক বিপদ; উপৰুবা বিপদ
calamity; misfortune
- উপচাৰupacāraNoun
উপকৰণ [উপচাৰ তিনি প্ৰকাৰ-পঞ্চোপচাৰ-গন্ধ, পুজা, ধূপ, দীপ, নৈবেদ্য।
- উপচি পৰ্u.po.si porVerb-Intran.
ইমান বেছিকৈ পূৰ হ যে পাৰ বাগৰি যা।
to flow over; to be so full that contents overflow.
- উপচ্upacIntransitive verb
ওপচ্; যেনে-"সুবৰ্ণ ৰতনে তাইৰ উপচিল পাচি" (কীৰ্ত্তন)।
- উপচ্ছায়াu.pos.sa.yaAbstract Noun
দুটা পোহৰ উত্সৰ আৰু এটা বাধাৰ বাবে সৃষ্টি হোৱা পাতল ছাঁ৷ ডাঠ ছাঁটোক কয় প্ৰচ্ছায়া৷
the partially shaded outer region of the shadow cast by an opaque object.
- উপচয়Verb-Intran.
আগলৈ যোৱা
to move in the forward direction
- উপচয়ীVerbal Adj.
সৰল পদাৰ্থৰপৰা জটিল যৌগৰ উৎপাদন প্ৰক্ৰিয়াৰ সৈতে জড়িত
involving or stimulating the building of complex substances from simpler ones
- উপজu.pojCommon Noun
একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ দুই পুৰুষ সন্তানৰ মাজৰ সম্পৰ্ক
A male having the same parents as another or one parent in common with another
- উপজনNoun
ওপজন; ওপজা কাৰ্য্য; জন্ম।
- উপজননu.po.jo.nonAbstract Noun
সন্তান জন্ম দিয়াৰ প্ৰক্ৰিয়া
the process of giving birth to a child
- উপজাতAdjective
ওপজা; জন্ম লোবা; যেনে-"মহেশৰ বীৰ্য্যে উপজাত" (বনপৰ্ব্ব)।
- উপজাতupajātaNoun
মূল বস্ত্তৰ লগত উৎপন্ন হোবা আন বস্ত্ত
by product
- উপজাত দ্ৰৱ্যCommon Noun
কোনো বস্তুৰ উৎপাদন প্ৰক্ৰিয়াৰ পৰা উদ্ভূত আনুষঙ্গিক বস্তু
a secondary or incidental product, as in a process of manufacture
- উপজাত সামগ্ৰীu.po.ja.to xa.mo.griCommon Noun
কোনো বস্তুৰ উৎপাদন প্ৰক্ৰিয়াৰ পৰা উদ্ভূত আনুষঙ্গিক বস্তু
a secondary or incidental product, as in a process of manufacture
- উপজাতিupajātiNoun
কোনো একজাতি বা শ্ৰেণীৰ ভিতৰৰ সৰু জাতি; জাতিৰ শাখা
a variety; a sub-caste or class
- উপজি-পুবাupaji-pubāNoun
একেবাৰে পুবা; দোকমোকালি
early dawn
- উপজি-পুৱাu.po.ji-pu.waAbstract Noun
প্ৰতিদিনে ৰাতিপুৱা যিটো সময়ত পোহৰ হয়।
The time each morning at which daylight first begins.
- উপজিহ্বা গ্ৰন্থিMaterial Noun
উপজিহ্বা গ্ৰন্থি
উপজিহ্বা গ্ৰন্থি
- উপজীবিকাu.po.ju.bi.kaAbstract Noun
ধন আৰ্জি জীৱন নিৰ্বাহ কৰিবৰ বাবে কৰা কাম-কাজ
The activity one does for living or earning