← ফুৰি যাওক

উপচয়

অৰ্থ

1.

আগলৈ যোৱা

to move in the forward direction

অকৰ্মক ধাতু

সমাৰ্থক শব্দ

2.

জীৱদেহত সৰল পদাৰ্থৰপৰা জটিল যৌগৰ উৎপাদনৰ প্ৰক্ৰিয়া

the process of synthesis in living organisms of more complex substances from simpler ones

কৃদন্ত বিশেষ্য

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উপচয় · অসমীয়া অভিধান