কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিনক্ষয়Abstract Noun
বেলি মাৰ যোৱাৰ পাছৰ সময়৷
the time just after or around sun-set
- দিনকৰdinakaraNoun
সূৰ্য্য
the sun
- দিনচেৰেকdin.se.rekProper Adj.
অতি কম সময়ৰ ভিতৰত বুজাবলৈ ৷
within a little time.
- দিনচৰdin.sorProper Adj.
প্ৰধানকৈ দিনৰ সময়চোৱাত সক্ৰিয় হৈ থকা (প্ৰাণী)।
Active mainly during daytime, like diurnal animals.
- দিনটীয়াকৈdin.ti.ya.koiAdverb
দিনটোৰ কাৰণে অথবা দিনটোৰ ভিতৰতে সমাপ্ত হোৱাকৈ
for the day or so as to finish within a day
- দিনত চৰাdi.not so.raProper Adj.
প্ৰধানকৈ দিনৰ সময়চোৱাত সক্ৰিয় হৈ থকা (প্ৰাণী)।
Active mainly during daytime, like diurnal animals.
- দিনতীয়াAdverb
সাধাৰণতে সঘনাই ঘটি থকা অৰ্থত ব্যৱহাৰ হয়|
Found in the ordinary course of events; as if it happens regularly.
- দিনতে আন্ধাৰ দেখ্
দুখ-বেজাৰত পোহৰক আন্ধাৰ যেন দেখ্; হৰ শোকত পৰ্
to be greatly distressed in the mind
- দিনদিয়েকdin.di.yekProper Adj.
অতি কম সময়ৰ ভিতৰত বুজাবলৈ ৷
within a little time.
- দিননাথdinanāthaNoun
সূৰ্য্য
the sun
- দিনপঞ্জীdinapañjīNoun
দিনৌ কৰা কাম-কাজৰ বিবৰণ
diary
- দিনপতিdi.no.po.tiProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- দিনবন্ধুdinabandhuNoun
সূৰ্য্য
the sun
- দিনমণিdinamaṇiNoun
সূৰ্য্য
the sun
- দিনমানAdverb
গোটেই দিনটো।
- দিনলিপিdi.no.li.piAbstract Noun
দিনটোৰ ঘটনাৱলী সামৰি যুগুত কৰা ব্যক্তিগত লিখনিবিশেষ
a personal daily journal recording the events of the day
- দিনলেখাdinalekhāNoun
দিনৌ কৰা কাম-কাজৰ বিবৰণ
diary
- দিনাdināNoun
দিন, সময়
day time
- দিনাংকdi.nang.koAbstract Noun
দিন, মাহ আৰু বছৰ উল্লেখ কৰি পঞ্জিকাৰ এটা নিৰ্দ্দিষ্ট দিন
a particular day of the calender, specified by the year, the month and the day
- দিনাখনdinākhanaNoun
দিন, সময়
day time