← ফুৰি যাওক

দিনলিপি

di.no.li.pi

অৰ্থ

1.

দিনটোৰ ঘটনাৱলী সামৰি যুগুত কৰা ব্যক্তিগত লিখনিবিশেষ

a personal daily journal recording the events of the day

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দিনলিপি · অসমীয়া অভিধান