কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্ধ্যাতৰাxon.dhya.to.raProper Noun
সৌৰজগতৰ দ্বিতীয় গ্রহ যাক গধুলী আৰু পুৱাৰ সময়ত পশ্চিম আকাশত উজ্জলকৈ দেখা যায়
the planet second in order from the sun
- সন্নাহsannāhaNoun
ৰণুবাই পিদ্ধা জাখৰ; কবচ
an armour
- সন্নিকটsannikaṭaNoun
নিচেই নিকট; অতি ওচৰ; যেনে-"মোক কোনে ডাকে বুলি সন্নিকটে যাওঁ" (কৱষ্ণ-গীতা)
nearness; proximity
- সন্নিকট জোৰাNoun
সন্নিকট সন্ধি বা জোৰা
সন্নিকট সন্ধি বা জোৰা
- সন্নিকট সন্ধিNoun
সন্নিকট সন্ধি বা জোৰা
সন্নিকট সন্ধি বা জোৰা
- সন্নিকৰ্ষsannikarṣaNoun
ওচৰ চপা; নিকটলৈ ওহা
proximity
- সন্নিতsannitaAdjective
সন্নিহিত।
- সন্নিধানsannidhānaNoun
ওচৰ; সমীপ; যেনে-"ভিন্ন ভৈল বুদ্ধি মোৰ বিষ্ণু-সন্নিধানে" (কীৰ্ত্তন)
proximity
- সন্নিধিsannidhiNoun
ওচৰ; যেনে-"সন্নিধি মাত্ৰকে পাপ হৰয় সমস্ত" (ৰত্নাবলী)।
- সন্নিপাতsannipātaNoun
মৰণান্তিক ৰোগৰ দ্বাৰা হোবা জ্ঞানৰ পৰিবৰ্ত্তন; বিকাৰ; বায়ু, পিত্ত, কফ আদিব বিকাৰৰ- পৰা হোবা সাংঘাতিক জ্বৰ; . বিণ. সান্নিপাতিক।
delirium
- সন্নিপাত জ্বৰxon.ni.pat jorAbstract Noun
অন্ত্ৰত হোৱা এবিধ জীৱাণুজনিত মাৰাত্মক ৰোগ।
a infectious, fatal disease that attacks intestines. it is characteristics includes inflammation in intestines.
- সন্নিপাত ৰোগxon.ni.pat ro`gAbstract Noun
অন্ত্ৰত হোৱা এবিধ জীৱাণুজনিত মাৰাত্মক ৰোগ।
a infectious, fatal disease that attacks intestines. it is characteristics includes inflammation in intestines.
- সন্নিবিষ্টsannibiṣṭaAdjective
প্ৰবিষ্ট বা ভালকৈ প্ৰবেশ কৰা; সুমোবা; . বি. সন্নিবেশ।
inserted; entered into
- সন্নিবিষ্ট কৰ্xon.ni.bis.to korVerb-Trans.
সমগ্ৰ বা সমূহৰ ভিতৰত ঠাই দিয়া
to put in a certain category, comprise or reckon in as part of a whole,
- সন্নিভProper Adj.
আন কিহবাৰে সৈতে কিবা মিল থকা, তুলনা কৰিব পৰা
similar in some way to another thing, compara
- সন্নিহিতsannihitaAdjective
নিকটবৰ্ত্তী; ওচৰৰ; ওচৰত থকা
proximate; near
- সন্নিহিত কোণxon.ni.hi.to ko`nAbstract Noun
দুটা ওচৰা-ওচৰি কোন, যাৰ এটা বাহু ঐমৈহতীয়া আৰু শীৰ্ষ কোন একেটা।
Adjacent angles are angles that have a common ray coming out of the vertex going between two other rays, i.e., they are angles that are side by side, or adjacent.
- সন্নিৱিষ্টxon.ni.wis.toVerbal Adj.
গোট বা তালিকাত ভৰোৱা বা ধৰা হোৱা
(something/somebody) kept into account in a group or list
- সন্নিৱেশxon.ni.bexAbstract Noun
মাজত সুমুৱাই দিয়া কাৰ্য
the action of putting sb/sth inside or in the middle of sth.
- সন্ন্যাসsannyāsaNoun
সংসাৰৰ সুখ আৰু লেঠা এৰি ঈশ্বৰ চিন্তা কৰা কাৰ্য্য; বৈৰাগ্য; চাৰি আশ্ৰমৰ শেষৰটো
ascetic life