সন্ন্যাস
sannyāsa
অৰ্থ
1.
সংসাৰৰ সুখ আৰু লেঠা এৰি ঈশ্বৰ চিন্তা কৰা কাৰ্য্য; বৈৰাগ্য; চাৰি আশ্ৰমৰ শেষৰটো
ascetic life
বি.
2.
এবিধ মূৰ্চ্ছা ৰোগ; সন্ন্যাসী বি. বৈৰাগী; সন্ন্যাস- ব্ৰত লোবা মানুহ; . স্ত্ৰী. সন্ন্যাসিনী।
an ascetic
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ