কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিতিditiNoun
কশ্যপৰ এজনা ভাৰ্য্যা; অসুৰবিলাকৰ মাক
the mother of the demons
- দিতিসুতdi.ti.xutCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- দিধিAbstract Noun
কষ্ট স্বীকাৰ কৰি কোনো কথা সম্পন্ন হোৱালৈকে প্ৰতীক্ষা কৰিব পৰাৰ সামৰ্থ্য।
the ability to wait uncomfortably for sth to happen.
- দিনdinaNoun
পোহৰ থকা কাল; পুবাৰপৰা গধূলিলৈকে কাল
a day from sunrise to sunset
- দিন উঠ্
দিন উকল্; ভোগৰ দিন অন্ত হ
to be in loss of good or fortunate days
- দিন কৰ্
দিন ধাৰ্য্য কৰ্
to fix a date
- দিন দূপৰতেAdverb
দিন হৈ থাকোঁতেই
in broad daylight
- দিন নিয়া
কাল কটা; সময় নিয়া
to spend time
- দিন বাৰ চা
কোনো কাৰ্য্যৰ নিমিত্তে শুভাশুভ কাল গণি চা।
- দিন ল
সময় ল
to take time
- দিন-কণাAdjective
দিনতে নেদেখা।
- দিন-কাল
সময় আৰু অবস্হা।
- দিন-ডকাইতিdin-do.ka.itiVerbal Noun
দিনতে বাটে-ঘাটে সা-সম্পত্তি আদি কাঢ়ি নিয়া কাৰ্য্য৷
Robbery of travelers on or near a public road.
- দিন-দুপৰdin-du.porAbstract Noun
সূৰ্য্যোদয় আৰু সূৰ্য্যাস্তৰ মাজৰ সময়চোৱা
the time between sunrise and sunset
- দিন-ভৰAbstract Noun
দিনটোৰ গোটেই সময়খিনি, অৰ্থাৎ পুৱাৰ পৰা গধূলিলৈকে
the entire period of the day, i.e. from morning till evening
- দিন-মন্দAbstract Noun
ভাগ্য বেয়া হোৱা অৱস্থাটো৷
A bad luck that has caused a trouble.
- দিন-ৰাতিdin-ratiAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিন-ৰাত্ৰিdin-rat.riAdverb
এটা সম্পূৰ্ণ দিন আৰু ৰাতি
a whole day and night.
- দিনক দিনেAdverb
দিনে দিনে। দিনে।
- দিনকণাdin.ko.naProper Adj.
দিনৰ পোহৰত দেখা নোপোৱা লোক
one who cannot see in day light, a person suffering from hemeralopia