দিন
dina
অৰ্থ
1.
পোহৰ থকা কাল; পুবাৰপৰা গধূলিলৈকে কাল
a day from sunrise to sunset
বি.
2.
এবাৰ বেলি ওলোবাৰপৰা আকৌ বেলি ওলোবালৈকে কালছোবা
a day from one sunrise to another
বি.
3.
সময়; কাল
time
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ