কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধৰ্মাধিকৰণdhor.ma.dhi.ko.ronMaterial Noun
an assembly including one or more judges to conduct judicial business
- ধৰ্মানুষ্ঠানdhor.ma.nus.thanAbstract Noun
বহুলোক সমন্বিত হৈ কৰা সমূহীয়া প্ৰাৰ্থনা বা ধৰ্মানুষ্ঠান৷
A religious function by an assemblage of people
- ধৰ্মান্তৰকৰণdhor.man.tor.ko.ronAbstract Noun
Causing a person to change his religion or belief
- ধৰ্মান্তৰণdhor.man.to.ronAbstract Noun
Causing a person to change his religion or belief
- ধৰ্মান্তৰিতdhor.man.to.ritProper Adj.
যাৰ ধৰ্ম বা ধৰ্মীয় বিশ্বাস সলনি কৰা হৈছে
one who has been converted, as to a religion or faith
- ধৰ্মান্ধdhor.man.dhoCommon Noun
যুক্তিলৈ নেচাই নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাস ৰখা আৰু আনৰ ধৰ্মক ঘিণ কৰা ব্যক্তি |
A person who believes his own religion blindly and hates other religion.
- ধৰ্মান্ধতাdhor.man.dho.taAbstract Noun
আনৰ ধৰ্মীয় বিশ্বাস বা মতামতক একেবাৰে সহ্য নকৰা স্বভাৱ বা প্ৰকৃতি
stubborn and complete intolerance of any creed, belief, or opinion that differs from one's own
- ধৰ্মাৱতাৰdhor.ma.wo.tarAbstract Noun
দৈৱিক শক্তি আৰু গুণ সম্পন্ন বুলি ভবা কোনো শক্তিশালী পুৰুষ, যেনে ৰজা আদিক কৰা সম্বোধন৷ উচ্চ বা উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিকো কোনো কোনোৱে ধৰ্মাৱতাৰ বুলি সম্বোধন কৰে৷
a powerful, wise person, usually the king or a lord, who is supposed to be an incarnation of Dharma or the divine. This is also used to address a judge in a higher court in some countries.
- ধৰ্মাৱলম্বীdhor.ma.wo.lom.biVerbal Adj.
এক বিশেষ ধৰ্মৰ অন্তৰ্গত অথবা অনুগত
belonging to or following a particular religion
- ধৰ্মীয়dhor.mi.yoVerbal Adj.
ধৰ্ম সম্পৰ্কীয়
pertaining to a religion
- ধৰ্মীয় অনুশাসনিকProper Adj.
গতানুগতিক বা স্বীকৃতিপ্ৰাপ্ত নিয়ম গঠন
on forming orthodox or recognized rules.
- ধৰ্মীয় বিশ্বাসdhor.mi.yo bi.swaxAbstract Noun
মানুহৰ ব্যক্তিগত জীৱনক প্ৰভাৱিত কৰা আধ্যাত্মিক বিশ্বাসৰ এক সমষ্টি
a set of spiritual beliefs that govern one's life
- ধৰ্মীয়কৃত্যdhor.mi.yo.kri.tyoAbstract Noun
কোনো ধৰ্মৰ অন্তৰ্গত কামকাজ৷
Any activity carried out as part of a religion
- ধৰ্মেন্দ্ৰdhor.men.droProper Noun
মৃত্যুৰ অধিপতি দেৱতা ৷
The king who is the regent of death; The Hindu deity of death.
- ধৰ্মোপদেশAbstract Noun
ৰাজহুৱাভাৱে প্ৰদান কৰা ঈশ্বৰ উপাসনা বিষয়ক বক্তৃতা৷
a religious discourse delivered in public.
- ধৰ্ম্মdharmmaNoun
স্বাভাবিক গুণ বা প্ৰকৱতি; যেনে-"জীবৰ ধৰ্ম্ম মৰণ"; . অভ্যাসৰপৰা হোবা স্বভাব; যেনে -"মদপীৰ ধৰ্ম মদ খোবা"
property; faculty ; acquired character
- ধৰ্ম্ম- প্ৰবৱত্তি
ধৰ্ম্ম কৰিবৰ ইচ্ছা বা মতি
religious propensity
- ধৰ্ম্ম-গুৰু
ধৰ্ম্ম শিকোবা গুৰু
an instructor of religion
- ধৰ্ম্ম-চ্যুতAdjective
ধৰ্ম্মভ্ৰষ্ট; ধৰ্ম্মজ্ঞ ঈশ্বৰ, পৰকাল, ন্যায় বা অন্যায় আদি বিষয়ে জনা
conversant with the truths of religion
- ধৰ্ম্ম-জ্ঞানNoun
ধৰ্ম্মৰ তত্ত্ব বিষয়ক জ্ঞান
knowledge of or responsibility towards religion