ধৰ্মান্ধ
dhor.man.dho
অৰ্থ
1.
যুক্তিলৈ নেচাই নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাস ৰখা আৰু আনৰ ধৰ্মক ঘিণ কৰা ব্যক্তি |
A person who believes his own religion blindly and hates other religion.
জাতিবাচক বিশেষ্য
2.
নিজৰ ধৰ্মত অন্ধভাৱে বিশ্বাসী আৰু পৰধৰ্মবিদ্বেষী |
The notion of believing own religion and hate others.
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ