কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চকু চাওঁতেইAdverb
নিমিষতে; চকুৰ পচাৰতে; ততালিকে
instantly; in the twinkling of an eye
- চকু চিপ্
অলপকৈ টোপনি আহ্
to doze; to be half asleep
- চকু চেলা, চকু চেলাই ধৰ্
খং দখুবাবলৈ বহলকৈ চকু মেলি দেখুবা।
- চকু জুৰা
দৱষ্টি পৰি চকুত সন্তোষ লগা; দৱষ্টি কৰি সন্তোষ ল
to please with eye; to derive pleasure by sight
- চকু জুৰোৱাso.ku ju.ro`.waVerbal Adj.
যাক দেখিলে মনত আনন্দ লাগে।
lovely or pleasing to behold.
- চকু টিপিয়াso.ku ti.pi.yaVerb-Intran.
to momentarily close the eye-lids.
- চকু টেলেকা কৰ্so.ku te.le.ka korVerb-Intran.
চকু ডাঙৰ কৰি আচৰিত হৈ বা ঠৰ লাগি চা, বিস্ফোৰিত অক্ষিৰে নিৰীক্ষণ কৰ৷
to stare with wide and bulging eyes.
- চকু দি
পাবৰ ইচ্ছাৰে চা; বৰকৈ মন লগা
to be attracted; to be enamoured
- চকু দেso.ku deVerb-Intran.
Pay close attention to; give heed to
- চকু নমাNoun
চকু উখহা আৰু ৰঙা হোবা এবিধ ৰোগ
opthalmia; conjunctivitis
- চকু পকা
ক্ৰোধ-দৱষ্টি কৰ্; খং-ভাব দেখা
to frown
- চকু পেলা
to turn one's eyes
- চকু পোৰণিso.ku po`.ro.niAbstract Noun
আনৰ সুযোগ-সুবিধা, সফলতা, সম্পত্তি আদি দেখি হোৱা অসন্তুষ্টি বা তাৰ প্ৰতি জন্মা লোভ।
a feeling of discontent or covetousness with regard to another's advantages, success, possessions, etc.
- চকু পোৰাAdjective
খিয়লীয়া; লোকৰ ভাল দেখি অন্তৰত বেজাৰ পোবা
envious
- চকু পোৰ্
আনৰ ভাল দেখি বেয়া পা
to be envious
- চকু পৰ্, চকুত পৰ্
দৱষ্টি পৰ্; দৱষ্টি-গোচৰ হ; দেখি ভাল পোবা হ
to come into sight; to become an object of special interest
- চকু ফুৰা
অলপকৈ চা; ওপৰে ওপৰে চা
to glance
- চকু বিশেষজ্ঞso.ku bi.xe.xog.gyoCommon Noun
চকুৰ ৰোগৰ বিশেষজ্ঞ ডাক্তৰ৷
a doctor who specializes in examining and treating the eyes.
- চকু মুদ্
চকু জপা
to close the eyes
- চকু মেলি চা
কোনো মানুহৰ ফালে শুভ দৱষ্টি কৰ্; অনুগ্ৰহ কৰ্
to pity; to favour