← ফুৰি যাওক

চকু দে

so.ku de

অৰ্থ

2.

কিবা/কাৰোবাক পাবলৈ আগ্ৰহ কৰা৷ যেনেঃ শুনিছানে, সি হেনো আজিকালি তাইলৈ বৰকৈ চকু দি আছে৷

to be very keen on getting something/somebody.

সকৰ্মক ধাতু

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

চকু দে · অসমীয়া অভিধান