কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক্ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ক্ষিতিপতিkṣitipatiNoun
ভূপতি; মহীপতি; ৰজা
a king; a lord of the earth
- ক্ষিতিপালkhyi.ti.palCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ক্ষিতিপালকkṣitipālakaNoun
ভূপতি; মহীপতি; ৰজা
a king; a lord of the earth
- ক্ষিতিভৃত্khyi.ti.bhritMaterial Noun
পাহাৰতকৈ ওখ ভূ-পৃষ্ঠৰ ওপৰত প্ৰাকৃতিকভাৱে থকা অতি উচ্চ ঠাই
Large natural elevation of the ground that are bigger than hills
- ক্ষিতিৰুহkhyi.ti.ruhCommon Noun
এটা সুস্পষ্ট গুৰি আৰু এটা মূল গা-গছেৰে সৈতে বহুবাৰ ফল-ফুল ধাৰণ কৰা কাঠ গছ।
A perennial woody plant having a main trunk and usually a distinct crown.
- ক্ষিতিৰেখাkhyi.ti.re.khaAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- ক্ষিতীশCommon Noun
এখন সাৰ্বভৌম ৰাজ্যৰ পুৰুষ শাসনকৰ্ত্তা
a male sovereign ruler of a kingdom
- ক্ষিপ্তkṣiptaAdjective
খঙাল; বলিয়া; যিটো পেলাই দিয়া হৈছে।
- ক্ষিপ্ততাkhyip.to.taAbstract Noun
অতিপাত খং, উত্তেজনা বা মানসিক ব্যাধিৰ বাবে হোৱা অবুজন বা অসংবেদনশীল অৱস্থা।
the state of being insensitive or unreasonable due to anger, excitement or mental illness.
- ক্ষিপ্ৰkṣipraAdjective
দ্ৰুত; যেনে-ক্ষিপ্ৰহন্ত; খৰতকীয়া
swift
- ক্ষিপ্ৰতাkhyip.ro.taAbstract Noun
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
- ক্ষিপ্ৰতাৰেkhi.pro.ta.reAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ক্ষিপ্ৰবেগেkhyip.ro.be.geAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ক্ষিপ্ৰভাৱেkhyip.ro.bha.beAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- ক্ষীণkṣīṇaAdjective
কৱশ; দুৰ্ব্বল; জীৰ্ণ; লেৰেলা-চেপেটা
weak; emaciated
- ক্ষীণকায়khyin.kayProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- ক্ষীণতাNoun
জীৰ্ণ বা খীণোবা অবস্হা
thinness; emaciation
- ক্ষীণবলProper Adj.
মানসিক দুৰ্বলতা থকা আৰু টান কাম কৰিব নোৱাৰা৷
showing mental feebleness or incapacity.
- ক্ষীণবুদ্ধিProper Adj.
মানসিক দুৰ্বলতা থকা আৰু টান কাম কৰিব নোৱাৰা৷
showing mental feebleness or incapacity.
- ক্ষীণমধ্যাkṣīṇamadhyāAdjective
কঁকাল-সৰু; খামুচীয়া-কঁকাল; মূঠি-কঁকলুবা (স্ত্ৰী.)
slender waisted