ক্ষিপ্ৰতা
khyip.ro.ta
অৰ্থ
1.
কিবা কাম অতি খৰকৈ কৰাৰ প্ৰয়োজনীয়তা৷
urgent need of quick action;
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
2.
quickness in movement
গুণবাচক বিশেষ্য
3.
কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি৷
A scalar quantity the change of position of a given point in space per unit time.
গুণবাচক বিশেষ্য
সমাৰ্থক শব্দ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ