কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভিজ্bhijIntransitive verb
তিত
to be wet
- ভিটামিনbhiṭāminaNoun
[ইং.] খাদ্য-প্ৰাণ
vitamin
- ভিটামিন ইNoun
ভিটামিন ই
ভিটামিন ই
- ভিটামিন এNoun
ভিটামিন এ
ভিটামিন এ
- ভিটামিন কেNoun
ভিটামিন কে
ভিটামিন কে
- ভিটামিন ছিNoun
এছকৰ্বিক এছিড (ভিটামিন ছি)
এছকৰ্বিক এছিড (ভিটামিন ছি)
- ভিটামিন ডিNoun
ভিটামিন ডি
ভিটামিন ডি
- ভিট্ৰিয়লNoun
ভিট্ৰিয়ল
ভিট্ৰিয়ল
- ভিঠাbhiṭhāNoun
"ভেটি" চোবাঁ।
- ভিঠাছনbhiṭhāchanaAdjective
মৰি মৰি বংশৰ এটাও নথকা; বংশ নিৰ্ম্মূল হোবা
to be wholly extinct by death or disease, as a family
- ভিঠিbhiṭhiNoun
"ভেটি" চোবাঁ।
- ভিঠিমৰীয়াbhiṭhimarīẏāAdjective
মৰি মৰি বংশৰ এটাও নথকা; বংশ নিৰ্ম্মূল হোবা
to be wholly extinct by death or disease, as a family
- ভিডিঅ’bhi.di.oAbstract Noun
A series of photos displayed in rapid succession to give the visual effect of moving objects.
- ভিণ্ডbhiṇḍaNoun
বৰ ওখ ডাঙৰ আৰু দেখিলে ভয় লগা বস্ত্ত; পৰ্ব্বতাকাৰ বস্ত্ত; মাটিৰ দ'ম; . "ৰাক্ষসে বানৰে যুজে হুইয়া একপিণ্ড। চাপিয়া পৰয় যেন পৰ্ব্বতৰ ভিণ্ড" (মা. ক., লঙ্কাকাণ্ড)
lamp of earth ; a huge or gigantic thing
- ভিণ্ডাকাৰAdjective
ওফন্দি ডাঙৰ হোবা; ভয় লগা
swollen; fearful looking
- ভিতʼউৰাProper Adj.
কিহবাৰ ভিতৰত থকা, অৰ্থাৎ কোনো নিৰ্দ্দিষ্ট ভৌগোলিক সীমাৰ ভিতৰত (দেশ, ৰাজ্য আদি) বা কোনো সংস্থা, অনুষ্ঠান, কোম্পানী বা শৰীৰ আদিৰ ভিতৰত থকা
situated or existing in the interior of something, i.e. within a specific boundary, such as, geographical (a country, a state etc.) or abstract (an organisation, institute, company or any physical body etc.)
- ভিতিbhitiNoun
ফালে; দিশ; যেনে-"আগত নাহিক হৰি গৈল কোনভিতি" (কীৰ্ত্তন)
side; direction
- ভিত্তিbhittiNoun
ভেটি; বুনিয়াদ মূল
basis
- ভিত্তিমূলbhit.ti.mulAbstract Noun
কোনো বস্তুৰ প্ৰধান উপাদান, যাক তাৰ মৌলিক অংশৰূপে ধৰা হয় ৷
the principal element or ingredient of anything, considered as its fundamental part
- ভিত্তিহীনAdjective
অমূলক
baseless