← ফুৰি যাওক

ভিতি

bhiti

অৰ্থ

1.

ফালে; দিশ; যেনে-"আগত নাহিক হৰি গৈল কোনভিতি" (কীৰ্ত্তন)

side; direction

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভিতি · অসমীয়া অভিধান