কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দিক্পালdikpālaNoun
আঠ দিশত থকা দেবতা; [পূবৰ ইন্দ্ৰ; পশ্চিমৰ বৰুণ; দক্ষিণৰ যম; উত্তৰৰ কুবেৰ; দক্ষিণ-পূবৰ অগ্নি; দাক্ষণ-পশ্চিমৰ নৈঋত; উত্তৰ-পশ্চিমৰ বায়ু আৰু উত্তৰ-পূবৰ ঈশান দেবতা।]
a regent of a cardinal or intermediate point of the universe
- দিক্ৰংProper Noun
ব্ৰহ্মপুত্ৰৰ উপনৈ৷ অৰুণাচলৰ পৰা আহি লখিমপুৰ জিলাৰ মাজেদি বৈ ব্ৰহ্মপুত্ৰত মিলিছে৷
A tributary of Brahmaputa. Originating from Arunachal flowing through Lakhipur district meets the Brahmaputra.
- দিক্চৌdik.souProper Adj.
স্থান বা সময়ৰ হিচাপত আঁতৰত থকা
separated in space or time or coming from or going to a distance
- দিকৰেখাdik.re.khaAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- দিখৌdi.khowMaterial Noun
শিৱসাগৰ জিলাৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ এখন উপনৈ ৷
A tributary of the Brahmaputra river of Sivasager District.
- দিগdigaNoun
আমনি; বিৰক্তি; জঞ্জাল
vexation; trouble
- দিগংশdi.gong.xoAbstract Noun
দিগবলয়ৰ চাৰিওফালে উত্তৰ দিশৰ পৰা আৰম্ভ কৰি দক্ষিণ দিশলৈ জোখা কৌণিক দূৰত্ব
the direction of a point with respect to another measured in angles from the North.
- দিগঙ্গনাdigaṅganāNoun
আঠোটা দিশৰ আধিবাসিনী দেবী।
- দিগদাৰdig.darAbstract Noun
(ক) অশান্তি, বিপত্তি বা আমনিৰ কাৰণ বা উত্স কোনো বস্তু বা মানুহ।(খ) অশান্তি, বিপত্তি, আমনি আদি।
[a] something or someone that is a cause or source of disturbance, distress, annoyance, etc.[b] the disturbance, distress, annoyance etc.
- দিগদাৰিdig.da.riAbstract Noun
লোকক বিৰক্ত কৰা অথবা মানসিক অশান্তি দিয়া কোনো কাম|
The act repeatedly asking for or doing something with visible sign of uneasiness
- দিগদাৰি কৰ্dig.da.ri korVerb-Trans.
কাৰোবাৰ কামত বাৰম্বাৰ বাধা জন্মাই শান্তি ভংগ কৰ্
to break the rest, calm or quiet by repeatedly interfering one`s actions
- দিগদৰ্শকdig.dor.xokMaterial Noun
পূৱ পশ্চিম আদি দিশ নিৰ্ণায়ক যন্ত্ৰ
Navigational instrument for finding directions
- দিগদৰ্শন যন্ত্ৰdig.dor.xon jon.troMaterial Noun
পূৱ পশ্চিম আদি দিশ নিৰ্ণায়ক যন্ত্ৰ
Navigational instrument for finding directions
- দিগন্তdigantaNoun
আকাশখন পৱথিবীৰ লগত চাৰিওফালে লগ লগা যেন দেখা ঠাই; দিকবলয়
the horizon
- দিগন্তৰেখাdi.gon.to.re.khaAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- দিগবলয়dig.bo.loyAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer
- দিগভ্ৰমdig.bhromVerbal Noun
দিশ, অৱস্থান বা চাৰিওকাষৰ সৈতে সম্পৰ্ক সম্বন্ধে চেতনা হেৰুওৱা অৱস্থা।
Loss of one`s sense of direction, position, or relationship with one`s surroundings.
- দিগভ্ৰষ্টdig.bhros.toProper Adj.
স্বাভাৱিক বা গ্ৰাহ্য পথৰ পৰা বিচলিত৷
deviated from what is normal or accepted.
- দিগভ্ৰান্তdig.bhran.toVerbal Adj.
দিশ সম্পৰ্কে ভ্ৰম হোৱা অৰ্থাত্ একো ঠাৱৰ কৰিব নোৱাৰা অৱস্থা হোৱা
confused about direction
- দিগমণ্ডলdig.mon.dolAbstract Noun
আপাত দৃষ্টিত পৃথিৱী আৰু আকাশখনে পৰস্পৰ লগ লাগি থকা যেন লগা দৃশ্য
The apparent intersection of the earth and sky as seen by an observer