← ফুৰি যাওক

দিগন্ত

diganta

অৰ্থ

1.

আকাশখন পৱথিবীৰ লগত চাৰিওফালে লগ লগা যেন দেখা ঠাই; দিকবলয়

the horizon

বি.

2.

বহূ দূৰ; বহু ঠাই

a great distance

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

দিগন্ত · অসমীয়া অভিধান