কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুতkhutaNoun
ৰাজ-কৰ; মাটিৰ বাজে আন বস্ত্তৰ ওপৰত লগোবা কৰ
a tax or cess
- খুতুৰাkhuturāNoun
সৰুকৈ কটা খণ্ড; সৰু টুকুৰা (মাছ, মঙহ আদি)
a small piece, (said of fish of flesh)
- খুতুৰা- খুঁতুৰAdjective
খণ্ড খণ্ড; ডোখৰ ডোখৰ; টুকুৰা-টুকুৰ; বহুত ডোখৰ কৰা
cut or torn into many pieces
- খুতুৰিয়াTransitive verb
কুট্; খুতুৰা খুতুৰা কৰ্; ডোখৰ ডোখৰ কৰ্; খণ্ড খণ্ড কৰি কাট্
to cut into small pieces
- খুতুৰীয়াkhuturīẏāAdjective
মুখত অলপ অলপ ভগা (চোকা অস্ত্ৰ)
nicked or notched as the edge of a sharp instrument
- খুত্তিkhuttiNoun
দদাইক মতা কোমল বা চেনেহৰ মাত
an uncle
- খুতৰাkhutarāNoun
বাৰীত এনেই হোবা এবিধ শাক
a pot-herb; Amarantus sp
- খুতৰা শাকkhu.to.raCommon Noun
প্ৰায় ৬০ টা ভিন-ভিন প্ৰজাতিত উপলব্ধ এবিধ বনশাক ৷
Amaranthus, collectively known as amaranth or pigweed, is a cosmopolitan genus of herbs. Approximately 60 species are presently recognized, with inflorescences and foliage ranging from purple and red to gold. Members of this genus share many characteristics and uses with members of the closely related genus Celosia.Although several species are often considered weeds, people around the world value amaranths as leaf vegetables, cereals and ornamentals.
- খুদkhudaNoun
অলপমান; কণ; ক্ষুদ্ৰ অংশ
a small portion
- খুদ-কণNoun
খুদ বা সৰু হৈ ভগা চাউল
broken rice
- খুদ-খহুNoun
খজুলি; সৰু খহু
itches
- খুদ-খহু নপলা
নিচেই কম হোবাৰ বাবে একণিও ভোক নুগুচা।
- খুদ-চাউলkhud-sa.ulCommon Noun
ধান বানোতে সৰু হৈ ভগা চাউল ৷
Small piece of rice formed during milling of paddy.
- খুদ-মগনীয়াNoun
খুদ-চাউল বা নিচেই সামান্য বস্ত্তৰ মগনীয়া; অতি দুখীয়া
a very poor man
- খুদ-মুদিkhuda-mudiNoun
হেঁপাহ; খাবৰ ইচ্ছা; যেনে-"অলপ মাছত খুদ-মুদি নুগুচে"
longing; desire to eat
- খুদীয়াAdjective
খুদৰ নিচিনা; খুদৰ সমান; ৰৰ সৰু
very small; minute
- খুদুৱনিkhu.du.wo.niAbstract Noun
দুটা কাৰ্য্যৰ কোনটো কৰা উচিত তাক নিশ্চিত কৰিব নোৱাৰা অৱস্থা ৷
A situation that requires a choice between options that are or seem equally unfavorable or mutually exclusive
- খুদ্khudAdjective
স্বয়ং; নিজে
one's self
- খুনkhunaNoun
মানুহ বধ কৰা কাৰ্য্য; হত্যা; ঘাতন
a murder
- খুনীNoun
খুন কৰা মানুহ; হত্যাকাৰী
a murderer