← ফুৰি যাওক

খুতুৰীয়া

khuturīẏā

অৰ্থ

1.

মুখত অলপ অলপ ভগা (চোকা অস্ত্ৰ)

nicked or notched as the edge of a sharp instrument

বিণ.

2.

ভগা দা-কটাৰী আদিৰ ধাৰ বা মুখত থকা মুৰ্মূৰীয়া বা দাঁতৰ নিচিনা সৰু সৰু এঘৈয়া

an indentation on the edge of a cutting instrument

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুতুৰীয়া · অসমীয়া অভিধান