কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উনুকিয়াunukiẏāTransitive verb
অলপকৈ উল্লেখ কৰ্
to mention slightly
- উন্তিuntiNoun
মতা মানুহে কাণত পিন্ধা কঁৰিয়া
kind of earring worn by men
- উন্নতunnataAdjective
ওখ
high; raised up
- উন্নত কৰ্un.not korVerb-Trans.
to improve the quality of something
- উন্নতিun.no.tiAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উন্নতি হun.no.ti hoVerb-Intran.
ক্ষমতা, দক্ষতা আদিত উন্নতি লাভ কৰ্৷
to bring out the capabilities or possibilities of; bring to a more advanced or effective state: to develop natural resources; to develop one's musical talent; to cause to grow or expand
- উন্নতিশীলAdjective
উন্নতি পথত আগুবান; ভাল অবস্হা পোবা; শ্ৰীবৱদ্ধি হোবা
progressing; advancing; prosperous
- উন্নতিসাধনun.no.ti.xa.dhonAbstract Noun
আগলৈ যোৱা কাৰ্য্য
an act of moving forward
- উন্নমনun.no.monAbstract Noun
ভূমিৰ পৰা শীৰ্ষলৈ অথবা গুৰিৰ পৰা মূৰলৈ জোখ
Measurement from base to top or from foot to head
- উন্নীতun.ni.toProper Adj.
সময়ৰ সৈতে পৰিৱৰ্তন হৈ আকাৰ, আকৃতি আদিৰ বৃদ্ধি হোৱা নতুবা বেছি ব্যৱহাৰযোগ্য হোৱা ৷
Being changed over time so as to be stronger or more complete or more useful.
- উন্নীত কৰ্Verb-Trans.
বৰ্তমানলৈকে সকলো তথ্য অন্তৰ্ভুক্ত কৰ্
to bring up to date
- উন্নীতকৰণun.nit.ko.ronVerbal Noun
সময়ৰ সৈতে খাপ খোৱাকৈ নতুনত্ব প্ৰদান কৰা কাৰ্য্য।
the act or process of bringing up-to-date.
- উন্নৈশun.noisAbstract Noun
ন আৰু দহ যোগ কৰি পোৱা মৌলিক সংখ্যাটো|
The cardinal number equal to ten plus nine.
- উন্নয়নun.no.yonAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উন্নয়নমুখীun.no.yon.mu.khiProper Adj.
অৰ্থনৈতিক বা কাৰিকৰী দিশত অনগ্ৰসৰ অৱস্থাৰ পৰা উন্নয়নৰ দিশে গতি কৰা বা উন্নয়নৰ ফালে আগবাঢ়ি যোৱা৷
(of a nation or geographical area) having a standard of living or level of industrial production well below that possible with financial or technical aid; not yet highly industrialized.
- উন্নয়নমূলকun.no.yon.mu.lokProper Adj.
যি উন্নয়ন বা প্ৰগতি আনে বা আনিব পাৰে
Things that bring development or progress
- উন্নয়নমূলক কৰAbstract Noun
a tax on real property, for use by a government for the improvement of public property.
- উন্নয়নমূলক কৰা-ৰোপনAbstract Noun
সমুন্নয়ন-কৰাৰোপন হৈছে ৰাজহুৱা আন্তঃগাঁথনি বিনিয়োগৰ বাবে মূল্য বৃদ্ধি পোৱা মাটিৰ ওপৰত আৰোপ কৰা এক প্ৰকাৰৰ কৰ বা মাচুল৷
A form of tax or a fee levied on land that has gained in value because of public infrastructure investments.
- উন্নয়নশীলuno.yon.xilProper Adj.
অৰ্থনৈতিক বা কাৰিকৰী দিশত অনগ্ৰসৰ অৱস্থাৰ পৰা উন্নয়নৰ দিশে গতি কৰা বা উন্নয়নৰ ফালে আগবাঢ়ি যোৱা৷
(of a nation or geographical area) having a standard of living or level of industrial production well below that possible with financial or technical aid; not yet highly industrialized.
- উন্নয়নশীল দেশunno.yon.xil dexCommon Noun
যি দেশৰ জীৱনধাৰণৰ মান তুলনামুলকভাৱে নিম্ন, ঔদ্যোগীক ভেটি অনুন্নত আৰু ’মানৱ উত্কৰ্ষতাৰ সূচক’ নিম্নৰ পৰা মধ্যমীয়া
A country is a country with a relatively low standard of living, undeveloped industrial base, and moderate to low Human Development Index (HDI). <a href=http://en.wikipedia.org/wiki/Developing_country target=new> more here </a>