← ফুৰি যাওক

উন্নত

unnata

অৰ্থ

1.

ওখ

high; raised up

বিণ.

2.

ওপৰলৈ উঠা; শ্ৰীবৱদ্ধি হোবা; উন্নতি লাভ কৰা; মহৎ; ডাঙৰ; . বি উন্নতি শ্ৰীবৱদ্ধি; সৌভাগ্য; অভ্যুদয়; ধন-সম্পত্তি; সম্পদ

high; improved; prosperous; advanced; great ; prosperity

বিণ.

3.

কামত আগ বঢ়া বা জয় হোবা; কৱতকাৰ্য্য

advancement; progress in work; success

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উন্নত · অসমীয়া অভিধান