কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্তুষ্ট কৰ্xontusto korVerb-Trans.
ইচ্ছা বা আকাংক্ষা পূৰণ কৰ্
to fulfill one`s wishes.
- সন্তুষ্টিxon.tus.tiAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.
- সন্তোষxon.toxAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.
- সন্তোষজনকxon.tox.jo.nokProper Adj.
ৰং, আনন্দ অথবা সন্তোষ দিয়া|
Giving pleasure and satisfaction.
- সন্তোষদায়কxon.to`x.da.yokProper Adj.
ৰং, আনন্দ অথবা সন্তোষ দিয়া|
Giving pleasure and satisfaction.
- সন্তোষিতProper Adj.
সকলো প্ৰয়োজন পূৰণ হোৱাৰ বাবে আনন্দিত
happy as all requirements are met
- সন্তোষীxon.to`.xiProper Noun
গণেশৰ জীয়ৰীৰ নাম৷
Daughter of Lord Ganesh.
- সন্ত্তষ্টsanttaṣṭaAdjective
সন্তোষ পোবা; তৱপ্ত; তুষ্ট হোবা
gratified
- সন্ত্ৰস্তsantrastaAdjective
অতিশয় ত্ৰাসযুক্ত; ভয়ত আকুল।
- সন্ত্ৰস্ত কৰ্Verb-Trans.
কাৰোবাক বেছিকৈ ভয় খুওৱা
to frighten someone very much
- সন্ত্ৰাসsantrāsaNoun
অতিশয় ভয়
terror
- সন্ত্ৰাসবাদxon.trax.badAbstract Noun
কোনো ৰাষ্ট্ৰতন্ত্ৰক বা জনসাধাৰণক আক্ৰমণৰ ভয় প্ৰদৰ্শণ কৰি দাবী উৎথাপন কৰা আদৰ্শবাদ৷
unlawful use or threat of violence esp. against the state or the public as a politically motivated means of attack
- সন্ত্ৰাসবাদীxon.trax.ba.diCommon Noun
সমাজত সন্ত্ৰাস সৃষ্টি কৰা কোনো সংগঠনৰ সদস্য ৷
a person, usually a member of a group, who uses or advocates terrorism.
- সন্ত্ৰাসিতxon.tra.xi.toProper Adj.
বিপদত পৰি বা বিপদৰ সম্ভাৱনাৰ কাৰণে অতিশয় উত্তেজিত অথবা অস্থিৰ হোৱা
Highly agitated and in deep anxiety for the presence or imminence of danger
- সন্ত্ৰাসিত কৰ্xon.tra.xit korVerb-Intran.
হঠাতে ভয় বা ত্ৰাসৰ সৃষ্টি কৰ্
to fill, esp. suddenly, with fear or terror
- সন্তৰণxon.to.ronVerbal Noun
শৰীৰৰ সহায়ত পানী ঠেলি আৰু ওপঙি থাকি পানীৰ ওপৰত গতি কৰা কাৰ্য্য
the act of moving on water by floating and pushing water with the body
- সন্তৰণবিদ্xon.to.ron.bidCommon Noun
সাঁতোৰক খেল হিচাপে লোৱা ব্যক্তি৷
A trained athlete who participates in swimming meets.
- সন্তৰ্পণেxon.tor.po.neAdverb
মনোযোগ দি বা বিশেষভাৱে যত্ন লৈ৷
taking care or paying attention.
- সন্তৰ্প্santarp
সক্ ধা. সন্ত্তষ্ট কৰ্; ধন বস্ত্ত দি বা খুবাই-ধুবাই সন্ত্তষ্ট কৰ্; যেনে-"বহু চিত্তে সন্তৰ্পিয়া: পুৰ্ব্ব গৱহ-বাড়ী দিয়া: থাপিলন্ত মাধবে দুনাই" (দশম); . বি. সন্তৰ্পণ, সন্তৰ্পণা তৱপ্তি দিয়া বা খুবাই-ধুবাই সন্তোষ কৰা কাৰ্য্য।
to gratify
- সন্থাxon.thaAbstract Noun
A joint formation of different groups or individuals pursuing a common social or political cause