← ফুৰি যাওক

সন্ত্তষ্ট

santtaṣṭa

অৰ্থ

1.

সন্তোষ পোবা; তৱপ্ত; তুষ্ট হোবা

gratified

বিণ.

2.

প্ৰসন্ন; . বি. সন্তোষ, সন্ত্তষ্টি আনন্দ; হৰ্ষ; তৱপ্তি। বিণ. সন্তোষিত; বি. সন্ত্তষ্টতা। সন্তোষজনক বিণ. আহ্লাদ জন্মোবা; সন্তোষ লগোবা; আনন্দ- দায়ক

pleased ; pleasing; satisfactory

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ