কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাশnāśaNoun
ধ্বংস
destruction
- নাশ কৰ্nax korVerb-Intran.
কোনো বস্তু ভাঙ্ বা উচ্ছন্ন কৰ্
to ruin or destroy something
- নাশ-কাল
দৈবৰ নিৰ্ব্বন্ধমতে নাশ বা ধ্বংস পাবৰ সময়
the time predestined for destruction
- নাশকNoun
নাশ কৰোঁতা; ধ্বংস কৰোঁতা; হানি কৰোঁতা
a destroyer; a ruiner
- নাশকৰণnāśakaraṇaNoun
ধ্বংস-কাৰ্য্য
destruction
- নাশন
নাশ কৰা কাৰ্য্য; ধ্বংসকৰণ
the act of destroying
- নাশহীনnax.hinProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- নাশাnāśāAdjective
নষ্ট; যেনে-"কিনো ভৈলো বুদ্ধি-নাশা" (বৰগীত)।
- নাশোঁতাNoun
নাশ কৰোঁতা; ধ্বংস কৰোঁতা; হানি কৰোঁতা
a destroyer; a ruiner
- নাশ্Transitive verb
সংহাৰ কৰ্
to destroy; to kill
- নাশ্ৰুত-নাভূতnāśruta-nābhūtaAdjective
কেতিয়াও নেদেখা নুশুনা; নোহোবা-নোপজা; আচৰিত
unseen and unheard of; extraordinary
- নাসাnāsāNoun
নাক
the nose
- নাসাৰন্ধ্ৰnāsārandhraNoun
নাকৰ বিন্ধা
the nostril
- নাসিকাnāsikāNoun
নাক
the nose
- নাসিকামণ্ডলMaterial Noun
নাক আৰু মুখেৰে গঠিত, জন্তুৰ মুখৰ বাহিৰলৈ ওলাই থকা অংশ
the projecting portion of an animal’s face, consisting of its nose and mouth
- নাসিক্যnāsikyaAdjective
নাকেৰে যিটো উচ্চাৰণ কৰা হয়
nasal
- নাস্তিnas.tiAdverb
কোনো প্ৰশ্ন বা অনুৰোধৰ সঁহাৰি হিচাপে অসন্মতি, প্ৰত্যাখ্যান বা অস্বীকাৰ কৰা বুজাবলৈ ব্যৱহাৰ কৰা এক নেতিবাচক শব্দ।
a negative word used to express dissent, denial, or refusal, as in response to a question or request.
- নাস্তিকnāstikaNoun
ঈশ্বৰ আৰু পৰকাল নমনা লোক; বেদ নমনা লোক
an atheist; heretic; one denying the divinity of the Vedas
- নাস্তিকতা
নাস্তিকৰ বিশ্বাস বা মত; ঈশ্বৰ আৰু পৰকালত অবিশ্বাস
atheism
- নাস্তিকত্ববাদnas.ti.kot.to.badAbstract Noun
পৰম্পৰাগত বিশ্বাস আৰু মৌলিক নীতিৰ ওপৰত ভাৰসা বা বিশ্বাসহীনতা ৷
The belief that nothing in the world has real existence.