নাস্তিক
nāstika
অৰ্থ
1.
ঈশ্বৰ আৰু পৰকাল নমনা লোক; বেদ নমনা লোক
an atheist; heretic; one denying the divinity of the Vedas
বি.
2.
ঈশ্বৰ আৰু পৰকাল বা বেদ নমনা
atheistical; denying the divinity of the Vedas
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ