কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দাৰিকাda.ri.kaCommon Noun
কন্যা-সন্তান
a female child or person in relation to her parents.
- দাৰিকিda.ri.kiMaterial Noun
ওখ গছৰ পৰা ফল আদি পাৰিবলৈ ব্যৱহাৰ কৰা দীঘল মাৰি, প্ৰায়ে বাঁহৰ৷
A long pole, often hooked at one end, to pluck ftuit from tall tree.
- দাৰিদ্ৰdāridraNoun
দুখীয়া অবস্হা; দৰিদ্ৰতা
poverty
- দাৰিদ্ৰ্যdāridryaNoun
দুখীয়া অবস্হা; দৰিদ্ৰতা
poverty
- দাৰীয়াdārīẏāNoun
ওখোন।
- দাৰুdāruNoun
দৰব
medicine
- দাৰু কৰ্
আহুদি কৰ্
to work charm
- দাৰুকdārukaNoun
কৱষ্ণৰ সাৰথি এজনৰ নাম
Kṛṣṇa's charioteer
- দাৰুণdāruṇaNoun
দয়াহীন; অন্তৰ বিদাৰণ কৰা
heart- rending; cruel
- দাৰুব্ৰহ্মdārubrahmaNoun
কাঠেৰে সজা ঈশ্বৰৰ মূৰ্ত্তি; জগন্নাথৰ দাৰু-মূৰ্ত্তি
wooden image of God
- দাৰোকাdārokāNoun
পুলিচ কৰ্ম্মচাৰী।
- দাৰোগাdārogāNoun
পুলিচ কৰ্ম্মচাৰী।
- দাৰোবানdārobānaNoun
প্ৰহৰী; ; দ্বাৰ-পাল
a guard ; a gate-keeper
- দাৰোৱানda.ro`.wanCommon Noun
কোনো ডাঙৰ ঘৰ বা অনুষ্ঠান আদিৰ দুৱাৰৰ সুৰক্ষাত থকা ব্যক্তিবিশেষ | সাধাৰণতে মানুহ হিচাব আৰু চিনাক্ত কৰা অথবা আহ-যাহ নিয়ন্ত্ৰণ কৰিবলৈ ৰখীয়া হিচাবে নিযুক্ত কৰা হয় |
A person in charge of a gate, usually to identify, count, supervise, etc., the traffic or flow through it.
- দাৰ্dārTransitive verb
বিদাৰণ কৰ্; ধ্বংস কৰ্।
- দাৰ্জিলিংdar.ji.lingProper Noun
উত্তৰ বংগৰ এখন পাহাৰীয়া মনোৰম চহৰ৷
Darjeeling is a town in the Indian state of West Bengal. It is located in the Mahabharat Range or Lesser Himalaya at an average elevation of 6,710 ft.
- দাৰ্শনিকdārśanikaNoun
দৰ্শন শাস্ত্ৰৰ পণ্ডিত
philosopher
- দাৱনীda.wo.niCommon Noun
ধান দোৱা (বা আন শস্য চপোওৱা) মহিলা৷
a femal who reaps crops
- দাৱাda.waAbstract Noun
The right to take and hold or sell the property of a debtor as security or payment for a debt or duty.
- দাৱাগ্নিda.wag.niAbstract Noun
হাবিত লগা অনিয়ন্ত্ৰিত জুই৷
An uncontrolled, non-structured fire that occurs in the jungle.