← ফুৰি যাওক

দাৰুণ

dāruṇa

অৰ্থ

1.

দয়াহীন; অন্তৰ বিদাৰণ কৰা

heart- rending; cruel

বি.

2.

প্ৰখৰ; প্ৰবল

severe

বি.

3.

ভয়ানক

awful

বি.

4.

দয়াহীন আৰু ভয়ঙ্কৰ মানুহ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ