কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘য’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- যৌৱনপ্ৰাপ্তjou.bon.prap.toProper Adj.
সম্পূৰ্ণকৈ বঢ়া বা পূৰাকৈ গঠন হোৱা
full grown, fully developed
- যৌৱনাৱস্থাjou.wo.na.wos.thaAbstract Noun
প্ৰজনন ক্ষমতা প্ৰাপ্ত হোৱা বয়সত ভৰি দিয়া অৱস্থা;সাধাৰণতে ১৪ বছৰীয়া পুৰুষ আৰু ১২ বছৰীয়া নাৰীৰ অৱস্থাক সূচায়।
arriving or arrived at the period or age at which a person is first capable of sexual reproduction of offspring: in common law, presumed to be 14 years in the male and 12 years in the female.
- যৌৱনৱতীjou.bon.wo.tiCommon Noun
বিয়া নোহোৱা যৌৱনপ্ৰাপ্ত ছোৱালী|
A girl or young woman who is unmarried.
- যৌৱানাৱস্থাjou.ba.na.bos.thaAbstract Noun
মানুহৰ জীৱনৰ শিশুকাল আৰু পূৰ্ণবয়স্ক হোৱাৰ মাজৰ সময়খিনি
The time of life between childhood and maturity
- যৌৱৰাজ্যAbstract Noun
যুৱৰাজৰ পদ, ৰজাৰ সহায়কাৰী পুত্ৰৰ ৰাজপদ
the post of crown prince.
- যৎ কিঞ্চিতyat, kiñcitaAdjective
অলপমান
small in quantity
- যৎকিঞ্চিৎjot.kin.sitProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity
- যৎপৰোনাস্তিyatparonāstiAdjective
যাৰ পৰ নাই; অতিশয়
utmost; highest
- যৎসামান্যyatsāmānyaAdjective
অতি অলপ পৰিমাণৰ
little or negligible in quantity
- যৱjo.woCommon Noun
বাম মাটিত সিঁচি খেতি কৰা ধানৰ নিচিনা এবিধ শস্য ৷ ইয়াৰপৰা প্ৰধানকৈ ময়দা তৈয়াৰ কৰা হয় ৷ কিণ্বন প্ৰক্ৰিয়াৰে ইয়াৰ বীজৰ পৰা সুৰা তৈয়াৰ কৰাত বহুলভাৱে ব্যৱহাৰ হয় ৷
a tall grass-like plant with long straight hairs growing from the head of each stem, or the grain obtained from this plant which is used for food and for making beer and whisky
- যৱক্ষাৰjo.wo.khyarMaterial Noun
মাংস সংৰক্ষণ কৰিবলৈ আৰু বিস্ফোৰক প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা এবিধ দানাযুক্ত লৱণ, যাৰ বৈজ্ঞানিক নাম পটাচিয়াম নাইট্ৰেট।
White crystalline salty substance, scientifically named Potassium Nitrate, used in preserving meat and also in making gunpowder.
- যৱক্ষাৰজানjo.wo.khyar.janMaterial Noun
a colourless, tasteless odourless gaseous element that forms largest part of the atmosphere
- যৱঞ্জাjo.won.jaProper Adj.
(প্ৰায় একে সময়তে) একেলগে জন্ম হোৱা দুটি শিশু বা আন জীৱ-জন্তু
either of two children or animals born together (almost at the same time)
- যৱধানCommon Noun
a plant whose grain is used for food
- যৱনjo.bonCommon Noun
পশ্চিমৰপৰা ভাৰতলৈ অহা অহিন্দু জাতি
Non-Hindu race came from outside India
- যৱনিকাjo.bo.ni.kaMaterial Noun
দৰ্শনত বাধা দিয়া প্ৰতিবন্ধক|
barrier to block view.
- যৱনিকা পৰ্jo.bo.ni.ka porVerb-Trans.
কৰি বা চলি থকা কাম সম্পূৰ্ণ কৰ্
To bring or come to an end
- য’তjo’’tInterjection
যি স্থানত বা বিষয়ত|
In every place that, in every case when.
- য’ত ত’তjo``t to``tAdverb
বক্তা (বা কেতিয়াবা শ্ৰোতাই) নজনা বা নাম উল্লেখ কৰিব নোখোজা কোনা ঠাই/ত
in/at/to some place unknown to the speaker (or at times to the hearer).
- য’তে-ত’তেjo’’.te-to’’.teAdverb
ইঠাইত বা আন এঠাইত |
In this place and in that; at various places.