← ফুৰি যাওক

যৱঞ্জা

jo.won.ja

অৰ্থ

1.

(প্ৰায় একে সময়তে) একেলগে জন্ম হোৱা দুটি শিশু বা আন জীৱ-জন্তু

either of two children or animals born together (almost at the same time)

প্ৰকৃত বিশেষণ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

যৱঞ্জা · অসমীয়া অভিধান