কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৰ্গৱbhar.gobProper Noun
বিষ্ণুৰ ষষ্ঠ অৱতাৰ, জমদগ্নি ঋষিৰ আৰু ৰেণুকাৰ পুতেক আৰু ক্ষত্ৰিয়বিলাকক দমন কৰোঁতা ৷
Parashuram is sixth incarnation of Lord Vishnu, born as the son of the sage-couple, Jamadagni and Renuka. He exterminated the Kshatriyas (race of kings) led by Kartavirya, who were oppressing the people.Parashuram was asked by the holy rishis (seers) to make a gift of land to brahmins in order to absolve him of the sin of killing the Kshatriyas.
- ভাৰ্যাbhāryāNoun
পত্নী; বিয়া কৰোবা তিৰোতা
a wife
- ভাৰ্য্যাbhāryyāNoun
পত্নী; বিয়া কৰোবা তিৰোতা
a wife
- ভাৰ্য্যাহীনbhar.jya.hinCommon Noun
কেতিয়াও বিয়া নোহোৱা মতা মানুহ ৷
Man who has never been married.
- ভাৱbhabVerb-Intran.
কোনো বিষয়ে যুক্তি বিচাৰ কৰ্
To reason about or reflect on sth
- ভাৱ-বিভোৰতাbhab-bibho`.ro.taVerbal Noun
ভাৱ বা চিন্তাত আকুল হৈ পৰা অৱস্থা
the state of being bemused or lost in thought
- ভাৱ-বিহ্বলতাbhab-bih.bo.lo.taVerbal Noun
ভাৱ বা চিন্তাত আকুল হৈ পৰা অৱস্থা
the state of being bemused or lost in thought
- ভাৱ-ভঙ্গীbhao-bhong.giAbstract Noun
কোনো কথা বুজাবৰ নিমিত্তে অংগ লৰোৱাৰ ভাও, হাতৰ, মুখৰ বা চকুৰ ঠাৰ ।
a movement of part of body to express an idea or meaning.
- ভাৱঁৰী-পকীয়াbha.wo~.ri-po.ki.yaVerbal Adj.
বৰ পাক লগাই কথা কোৱা বা সঘনাই কথা সলনি কৰা
speaking indirectly or not telling straight forwardly
- ভাৱঁৰী-পাকbha.wo~.ri-pakVerbal Noun
ওলোটা বা বিপৰীত পাক, অৰ্থাৎ যিফালে ঘূৰিব লাগে সেইফালে নুঘূৰি আনফালে লোৱা পাক
a turn towards the wrong direction
- ভাৱগম্ভীৰbhab.gom.bhirProper Adj.
গূঢ় অৰ্থযুক্ত কোনো ভাৱ প্ৰকাশ পোৱা (প্ৰৱন্ধ আদি)
characterized by or manifesting careful thought: a thoughtful essay.
- ভাৱধাৰাbhab.dha.raAbstract Noun
কোনো বিষয়ক চিন্তাৰ এক ধাৰা বা এক ধৰণৰ চিন্তা প্ৰক্ৰিয়া
a school of thinking
- ভাৱধৰ্মীbhab.dhor.miProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- ভাৱনাbha.bo.naAbstract Noun
মানসিক ক্ৰিয়া
mental preoccupation
- ভাৱবাচ্যbhab.ba.syoAbstract Noun
The impersonal passive voice is a verb voice that decreases the valency of an intransitive verb (which has valency one) to zero.The impersonal passive deletes the subject of an intransitive verb. In place of the verb's subject, the construction instead may include a syntactic placeholder, also called a dummy. This placeholder has neither thematic nor referential content. (A similar example is the word "there" in the English phrase "There are three books.")
- ভাৱবোধক অব্যয়Abstract Noun
মনৰ আৱেগ হঠাতে প্ৰকাশ কৰা এক পদ
a parts of speech that expresses some sudden emotion
- ভাৱমূলকbhab.mu.lokProper Adj.
কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা
Without any physical form; separated from reality, existing in the mind only.
- ভাৱমূৰ্তিbhaw.mur.tiAbstract Noun
কোনো ব্যক্তি বা বস্তুৰ গুণাগুণ সম্পৰ্কে সাধাৰণতে যি কোৱা বা বিশ্বাস কৰা যায়
what is generally said or believed about a person's or thing's character (reputation for honesty; reputation of being a crook)
- ভাৱলেশহীনProper Adj.
বন্ধুত্বসুলভ আৰু মৰমীয়াল নোহোৱা আচৰণ৷
not friendly and kind in manners
- ভাৱলেষহীনbhab.lex.hinProper Adj.
কোনো দুখ কষ্টৰ অনুভৱ বা আৱেগ নথকা ৷
not feeling or showing emotion.