← ফুৰি যাওক

ভাৱধৰ্মী

bhab.dhor.mi

অৰ্থ

1.

কোনো ভৌতিক ৰূপ নথকা; প্ৰকৃততে বা বাস্তৱিকতে উপলভ্য নোহোৱা, কেৱল মনত উদ্ভৱ হোৱা

Without any physical form; separated from reality, existing in the mind only.

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভাৱধৰ্মী · অসমীয়া অভিধান