কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পমাpamāTransitive verb
দ্ৰব কৰ্; গলা; জুলীয়া কৰ্
to cause to melt or dissolve
- পমুবাpamubāNoun
পামত থাকি খেতি কৰা মানুহ
one living on land, distant from home and taken up for temporary cultivation
- পমুবা, পাম খাNoun
পামত খেতি কৰ্।
- পমুৱাpo.mu.waProper Adj.
বাহিৰৰ পৰা অহা লোক যি খিলঞ্জীয়া নহয়
a person who comes to a country where they were not born in order to settle there.
- পমেটমpameṭamaNoun
গাল, মুখ বা চুলিত সনা এবিধ প্ৰলেপ
pomade
- পম্ খেদ্
পমে পমে খানি যা
go on digging along the root to get at the tuber
- পম্পাpampāNoun
ঋষ্যমুখ পৰ্ব্বতৰ ওচৰত থকা সৰোবৰৰ নাম।
- পম্pomVerb-Intran.
কঠিন অৱস্থাৰ পৰা জুলীয়া অৱস্থাপ্ৰাপ্ত হ, সাধাৰণতে তাপৰ প্ৰভাৱত
to reduce to liquid from solid state usually by heating
- পলpala
এডাঁৰ কালৰ ষাঠি ভাগৰ এভাগ; এক দণ্ডৰ
- পল বা
পলৰে মাছ ধৰ্।
- পল`Material Noun
বাঁহৰ কাঠীৰে সজা এবিধ মাছ ধৰা যতন
A fishing implement made of split bamboo sticks
- পলংকষpo.long.koxCommon Noun
আচৰিত ধৰণৰ বা ভয়ঙ্কৰ চেহেৰাৰ, কাল্পনিক এক জীৱ।
A creature, often imaginary, having a strange or frightening appearance.
- পলকpalakaNoun
টলক; নিমিষ; চকুৰ পচাৰৰ সময়
a twinkling; a moment
- পলকতেpo.lo.ko.teAdverb
অতি কম সময়ৰ ভিতৰত সমাপ্ত কৰি বা অতিপাত দ্ৰুত গতিত কৰি।
(a) done, proceeding, or occurring with promptness or rapidity, as an action, process. (b) Moving with great speed.
- পলকহীনpo.lok.hinProper Adj.
চকু নিটিপিওৱা বা চকুৰ পচাৰ/পলক নপৰা।
Showing no visible emotion and not blinking (eyes) by hearing or seeing something unexpected.
- পলক্ষাৰpol.khyarMaterial Noun
মানুহ আৰু অন্য মেৰুদণ্ডী প্ৰাণীৰ শৰীৰৰ সঞ্চালন তন্ত্ৰৰ মাজেদি প্ৰৱাহিত জুলীয়া পদাৰ্থ; মানুহৰ ক্ষেত্ৰত ই প্লাজমাৰ দ্বাৰা গঠিত, য’ত লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা আৰু অনুচক্ৰিকা বিলাক ওপঙি থাকে ৷
the fluid that circulates in the principal vascular system of human beings and other vertebrates, in humans consisting of plasma in which the red blood cells, white blood cells, and platelets are suspended
- পলগ্ৰহpo.lo.grahCommon Noun
যি অনিষ্ট কৰে, আসুবিধা দিয়ে।
sth or sb that harms, troubles.
- পলবোকাpol.bo`.kaMaterial Noun
বালি আৰু বোকাৰ মধ্যৱৰ্ত্তী গুণ বিশিষ্ট অতি মিহি কণা যুক্ত এক গেদজাতীয় বস্তু, সাধাৰণতে নদীয়ে উটুৱাই অনা বোকামাটি।
A sedimentary material consisting of very fine particles intermediate in size between sand and clay
- পলমpalamaNoun
বিলম্ব; বেলি
delay
- পলম কৰ্po.lom korVerb-Intran.
To fail to keep up with time