পমা
pamā
অৰ্থ
1.
দ্ৰব কৰ্; গলা; জুলীয়া কৰ্
to cause to melt or dissolve
সক. ধা.
2.
একোটা দীঘল ঠাৰিৰপৰা দুফালে দুশাৰী হৈ মেলা পাতেৰে এবিধ বৰ ওখ-ডাঙৰ গছ; [ইয়াৰ কেইবাটাও উপজাতি আছে; যেনে -সেন্দুৰী পমা, ; ইয়াৰ কাঠ ৰঙা, কাঠৰ আৰু ফলৰপৰা হালধীয়া আৰু ৰঙা ৰং তৈয়াৰ হয়; গেন্ধেলী পমা; ; ইয়াৰ ছাল আৰু কাঠেৰে গৰু ছাল আদিত বৰণ দিয়া হয়; ৰগী পমা; ; ইয়াৰ কাঠ বগা; তাৰে তক্তা আদি তৈয়াৰ হয়; ডাউকী পমা , ইয়াৰ কাঠ কোমল আৰু মটীয়া ৰঙা]।
the toon wood or Indian mahogany tree; melia cedaele Toona (Gamb) ; chickrasia tabularis ; Dysoxilum Haniitonii or guruga pinnate ; the Chittagong wood ; Alscodaphne (walt)
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ