কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উদ্যোগudyogaNoun
উদ্যম; যত্ন; চেষ্টা; পুৰুষাৰ্থ; কাৰবাৰ
excertion; endeavour
- উদ্যোগ বিপ্লৱu.dyog bip.lobAbstract Noun
ইউৰোপত ১৭৬০চন-১৮৬০চন সময়ছোৱাত হোৱা শিল্প উদ্যোগত হোৱা বৈপ্লবিক পৰিবৰ্তন৷
The Industrial Revolution was the transition to new manufacturing processes in the period from about 1760 to sometime between 1820 and 1840.
- উদ্যোগপতিu.dyo’g.po.tiCommon Noun
উদ্যোগ স্থাপন, শিল্প ব্যৱসায় আদিৰ লগত জড়িত ব্যক্তি ৷
a person who owns or is involved in the management of an industrial enterprise.
- উদ্যোগপৰ্বNoun
মহাভাৰতৰ এটা পৰ্ব্ব বা অংশ [এই পৰ্ব্বত কুৰু-পাণ্ডবৰ যুদ্ধৰ আয়োজনৰ কথা বৰ্ণনা কৰা আছে]।
- উদ্যোগপৰ্ব্বNoun
মহাভাৰতৰ এটা পৰ্ব্ব বা অংশ [এই পৰ্ব্বত কুৰু-পাণ্ডবৰ যুদ্ধৰ আয়োজনৰ কথা বৰ্ণনা কৰা আছে]।
- উদ্যোগীu.dyo`.giProper Adj.
উদ্যম, মনোবল আৰু কামত আগ্ৰহ থকা
full of energy, determination and courage
- উদ্যোগীকৰণu.dyo`.gi.ko.ronVerbal Noun
ব্যাপক পৰিসৰত উদ্যোগ গঢ়ি তোলা
development of industry in a large scale
- উদ্ৰেকudrekaNoun
আবিৰ্ভাব; উদয়
rise; stimulation
- উদ্ৰেক হu.drek hoVerb-Trans.
মনত উদয় হ (এক নতুন প্ৰশ্ন আদি)
Come up in mind (a new question etc.)
- উদ্গীৰ্ণ শিলNoun
উদ্গীৰ্ণ শিল
উদ্গীৰ্ণ শিল
- উদ্ফালud.phalVerbal Noun
ভৰি আৰু ভৰিৰ পতাৰ মাংসপেশীৰ সহায়ত মাটি বা আন কোনো ভূমিৰ পৰা বলেৰে ওপৰলৈ উঠা কাৰ্য্য
the act of forcing oneself off / across the ground or any base by a muscular effort of the legs and feet.
- উদ্যাপনud.ja.ponVerbal Noun
কোনো দিৱস বা উত্সৱ আনুষ্ঠানিকভাৱে পালন কৰা
the act of observing (a day) or commemorating (an event) with ceremonies or festivities
- উদয়udaẏaNoun
(সূৰ্য্য আদিৰ) ওপৰলৈ উঠা বা ওলাই অহা কাৰ্য্য; . অবতৰণ; আবিৰ্ভাব; সঞ্চাৰ; উৎপত্তি; জন্ম
the rising as of the sun, the moon, etc. ; appearance; occurrence; manifestation; birth
- উদয়-গিৰিudaẏa-giriNoun
এটা কাল্পনিক পৰ্ব্বতৰ নাম [যাক পাৰ হৈ সূৰ্য্য ৰাতিপুবা ওলাই আহে বুলি ভবা হয়]
an imaginary mountain on the east over which the sun is supposed to rise
- উদয়কমলCommon Noun
নতুনকৈ ফুলা পদুম
a newly sprouted lotus
- উদয়কান্তিAbstract Noun
উপজি পুৱাৰ শোভা
the charm of the early morning
- উদয়গিৰিu.doy.gi.riProper Noun
পূৰ্বদিশত থকা এটা কাল্পনিক পৰ্ব্বতৰ নাম, যাক অতিক্ৰমি ৰাতিপুৱা সূৰ্য্য উদয় হয় বুলি ভবা হয়
an imaginary mountain on the east over which the sun is believed to rise in the morning
- উদয়াudaẏāNoun
উদং অবস্হা; স্বাধীন গতি; যেনে-"আপনি মেলান; হুয়া জুমা জুমি; ফুৰন্ত উদয়া খাই" (ৰুক্মিণী-হৰণ)
absence or restraint
- উদয়াচলudaẏācalaNoun
এটা কাল্পনিক পৰ্ব্বতৰ নাম [যাক পাৰ হৈ সূৰ্য্য ৰাতিপুবা ওলাই আহে বুলি ভবা হয়]
an imaginary mountain on the east over which the sun is supposed to rise
- উদয়েন্দুCommon Noun
উদিয়মান চন্দ্ৰ
the rising moon