← ফুৰি যাওক

উদয়

udaẏa

অৰ্থ

1.

(সূৰ্য্য আদিৰ) ওপৰলৈ উঠা বা ওলাই অহা কাৰ্য্য; . অবতৰণ; আবিৰ্ভাব; সঞ্চাৰ; উৎপত্তি; জন্ম

the rising as of the sun, the moon, etc. ; appearance; occurrence; manifestation; birth

বি.

2.

উন্নতি; মহতালি; ঐশ্বৰ্য্য

advancement

বি.

3.

(পু. অ.) বিণ. যি দিশত সূৰ্য্য উঠে; পূব; যেনে-"উদয় ৰাজ্য বৰদ্ৰবা গ্ৰামে আছন্ত শঙ্কৰবৰ" (শঙ্কৰ-চৰিত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

উদয় · অসমীয়া অভিধান