কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাৰসা দেbha.ro.xa deVerb-Trans.
কোনো এটা কাম কৰা হ`ব বা নহ`ব বুলি ঘোষণা কৰ্
to declare that something will or will not be done, given, etc
- ভাৰসাম্যbhar.xa.myoAbstract Noun
শৰীৰ বা মনৰ স্থিৰতা
Stability of the body or mind
- ভাৰস্তিৰেbha.ros.ti.reAdverb
সন্মান আৰু নম্ৰতাৰে সৈতে ভাৱ বিনিময় কৰা বিষযক৷
speaking or behaving with respect and dignity
- ভাৰাbhārāNoun
কেৰেয়া; ভেৰোণ; . বিণ. b >ভাৰি/b> (বুৰঞ্জী) কেৰেয়া বা ভাষালৈ দিয়া; ভেৰোণীয়া
hire ; let on hire
- ভাৰা দেbha.ra deVerb-Trans.
ধনৰ বিনিময়ত গাড়ী বা অন্য যন্ত্ৰপাতি ব্যৱহাৰ কৰিবলৈ দিয়া
to provide a car or equipment against a fee
- ভাৰাক্ৰান্তbha.ra.kran.toProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- ভাৰাগাড়ীbha.ra.ga.riMaterial Noun
ধনৰ বিনিময়ত অস্থায়ীভাৱে ব্যৱহাৰ কৰিব পৰা গাড়ী
car provided for a fee
- ভাৰাঘৰbha.ra.ghorMaterial Noun
নিৰ্দ্ধাৰিত ভাড়া দি অস্থায়ীভাবে থাকিব পৰাকৈ নিৰ্মান কৰা কোনো মালিকীস্বত্ব থকা ঘৰ ৷
a house where a fixed payment is made for the temporary use owned by another person.
- ভাৰাত লbha.rat loVerb-Trans.
To rent an equipment for specific period of time
- ভাৰাতীয়াbha.ra.ti.yaCommon Noun
Person who occupies a premise by paying rent to its owners
- ভাৰাতীয়া-মাতৃbha.ra.ti.ya ma.triCommon Noun
এগৰাকী মহিলা যি নিজৰ গৰ্ভত আন দম্পতিৰ (যাৰ কেছুৱা হোৱা নাই) ভ্ৰূণ কৃতিমভাৱে ধাৰণ কৰি কেছুৱা জন্ম দিয়ে আৰু তাৰ বাবত ধন লয়|
A woman who helps a couple to have a child by carrying to term an embryo conceived by the couple and transferred to her uterus, or by being inseminated with the man's sperm and either donating the embryo for transfer to the woman's uterus or carrying it to term.
- ভাৰিbhāriNoun
উত্কোচ; . যেনে-"হাউৰে চণ্ডাল ভৰতৰ ভাৰি খাইলি। চাটু-বাটু কৰিয়া ৰামৰ লগে আইলি" (মা. ক., অৰণ্যকাণ্ড)।
bribe
- ভাৰীbhārīNoun
ভাৰ বোবা মানুহ; বেচ লৈ বস্ত্ত কঢ়িওবা মানুহ
a porter
- ভাৰুবাbhārubāNoun
ভাৰ বোবা মানুহ; সামান্য হা মূৰ্খ মানুহ
a servile person; an idiot
- ভাৰুৱাbha.ru.waCommon Noun
A person or animal that carries something
- ভাৰোত্তোলকbha.ro`t.to`.lonCommon Noun
Participant in the sport of lifting heavy weights
- ভাৰোত্তোলনbha.ro`t.to`.lonAbstract Noun
The sport of lifting heavy weights
- ভাৰোদ্ধাৰbhāroddhāraNoun
অত্যাচাৰী দৈত্য, মানুহ আদিক ধ্বংস কৰি জগতৰ দুখ গুচোবা কাৰ্য্য
the act of relieving the world from its oppressors
- ভাৰ্bharVerb-Trans.
অসাধুভাৱে কাম কৰা; মিছা ভাও দিয়া।
to act dishonestly; practice fraud.
- ভাৰ্গবbhārgabaNoun
ভৱগুমুনিৰ পুতেক বা বংশধৰ
a name of Paraśurāma