← ফুৰি যাওক

ভাৰ্গব

bhārgaba

অৰ্থ

1.

ভৱগুমুনিৰ পুতেক বা বংশধৰ

a name of Paraśurāma

বি.

2.

শুক্ৰাচাৰ্য্য-দৈত্যৰ পুৰোহিত

the sage Śukrācārya

বি.

3.

হাতী

elephant

বি.

4.

শুক্ৰগ্ৰহ

the Venus planet

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ