কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সদস্যপদxo.dos.yo.podAbstract Noun
কোনো দল, সংগঠন আদিৰ সদস্য হোৱা৷
the state of being a member of some institution, group etc.
- সদাsadāAdverb
সৰ্ব্বতিকালে; সকলো সময়মত; সৰ্ব্বদা
always; continually
- সদা-সৰ্বদাsadā-sarbadāAdverb
ছেদ-ভেদ নোহোবাকৈ; সকলো সময়মত
always; continually
- সদা-সৰ্ব্বদাsadā-sarbbadāAdverb
ছেদ-ভেদ নোহোবাকৈ; সকলো সময়মত
always; continually
- সদাকালsadākālaNoun
সৰ্ব্বতি কাল; বাৰেওটি কাল
all time; eternity
- সদাগতিsadāgatiNoun
যি সদায় গতি কৰে বা চলি থাকে; বতাহ; বায়ু
air; wind
- সদাগৰsadāgaraNoun
মহাজন; ডাঙৰ কাৰবাৰ কৰা বেপাৰী; সাউদ; . বিণ. সদাগৰী সদাগৰৰ; সদাগৰ-সম্পৰ্কীয়
a merchant ; relating to a merchant
- সদাগৰীxo.da.go.riProper Adj.
বেহা-বেপাৰ, বাণিজ্য আদিৰ সৈতে জড়িত।
connected with trade, commerce or merchants.
- সদাচাৰsadācāraNoun
সজ ব্যবহাৰ; শুচি-অশুচি ভালকৈ বিচাৰ কৰি কৰা আচৰণ; সজ আচাৰ; . বিণ. সদাচাৰী।
pious conduct; virtuous or good usages
- সদাচাৰীxo.da.sa.riProper Adj.
কথা-বতৰা বা চাল-চলনৰ ক্ষেত্ৰত সজ আচৰণ দেখুওৱা।
conforming to the recognized standard of propriety, good taste, modesty, etc., as in behavior or speech.
- সদাচৰণxo.da.so.ronAbstract Noun
ব্যৱহাৰ, কথা-বতৰা আদিৰ ক্ষেত্ৰত আনৰ প্ৰতি ভাল আচৰণ দেখুওৱা গুণ।
the quality of showing good manners toward others, as in behavior, speech, etc.
- সদানন্দsadānandaAdjective
সদায় আনন্দত থকা; আনন্দময়
always joyful
- সদালাপsadālāpaNoun
সজ কথাৰ আলোচনা।
- সদালাপীxo.da.la.piCommon Noun
সজ কথাৰ আলোচনা কৰা আৰু আগভাগ লোৱা ব্যক্তি৷ মৰম লগা বা মিঠা কথা কোৱা লোক৷
Someone with an assured and ingratiating manner.
- সদাশিবsadāśibaNoun
শিব; মহাদেব
Siva
- সদাশিৱxo.da.xi.woProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- সদাশয়sadāśaẏaAdjective
শুভ ইচ্ছাযুক্ত; ওখ ভাবৰ; দয়া-যুক্ত
magnanimous; generous
- সদায়sadāẏaAdverb
সৰ্ব্বতিকালে; সকলো সময়মত; সৰ্ব্বদা
always; continually
- সদিচ্ছাsadicchāNoun
সজ বা শুভ ইচ্ছা।
- সদিশxo.dixAbstract Noun
দিশ আৰু মান দুয়োটাই থকা ৰাশি
The parameter that has magnitude and direction