← ফুৰি যাওক

সদাশিব

sadāśiba

অৰ্থ

1.

শিব; মহাদেব

Siva

বি.

2.

পৰমেশ্বৰ; কৱষ্ণ; যেনে-"লোভ মোহ দুহোঁ বাঘ: সততে নছাৰে লাগ: ৰাখু ৰাখু এ সদাশিব" (বৰগীত)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ